Advertisement

Month: August 2021

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ নিৰ্মাণ কাৰ্য বন্ধ কৰাৰ দাবীত ছাত্ৰ সন্থাৰ প্ৰতিবাদ

 শুকুৰবাৰে লখিমপুৰত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম ছাত্ৰ সন্থাই ৷ এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদত নামিছে সংগঠনটো ৷ উল্লেখযোগ্য যে, দীৰ্ঘ দিনৰ পৰা সংগঠনটোৱে এনএইচপিচিৰ বিৰুদ্ধে প্ৰতিবাদ কৰি আহিছে ৰাইজৰ সহযোগত

চাৰিকড়ীয়াৰ পাৰত শোকাকুল পৰিৱেশত দুর্ভগীয়া নন্দিতাৰ শেষকৃত্য

চাৰিকড়ীয়াৰ পাৰত শোকাকুল পৰিৱেশত দুর্ভগীয়া নন্দিতাৰ শেষকৃত্য

অন্ত পৰিল এক প্রচুৰ সম্ভাৱনাৰ৷ দাওদাওকৈ জ্বলি উঠিল চিতাৰ অগ্ণিশিখা৷ সপোনবোৰ সপোন হৈয়ে ৰ’ল৷ ঢ়কুৱাখনাৰ চিৰপ্রবহমান চাৰিকডীয়া নৈৰ পাৰৰ ৰাজহুৱা শ্মশানত জ্বলি উঠা চিতাৰ জুই দেখি ৰ’ব নোৱাৰিলে তেওঁৰ পৰিয়াল,

বৃদ্ধি নহয় যাত্রীবাহী বাছৰ ভাৰা

বৃদ্ধি নহয় যাত্রীবাহী বাছৰ ভাৰা

সদৌ অসম মটৰ পৰিবহণ সংস্থাই ঘোষণা কৰিলেও ৰাজ্যত বাছভাৰা পুনৰ বৃদ্ধি কৰিবলৈ দিয়া নহ’ব বুলি সদৰী কৰিছে পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীয়ে৷ সংবাদ মাধ্যমৰ আগত প্রতিক্রিয়া প্রকাশ কৰি পৰিবহণ মন্ত্রীজনে কয়

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কিশোৰীক

প্ৰথমে ধৰ্ষণ, তাৰ পিছত চোকা অস্ত্ৰৰে ডিঙি ৰেপি হত্যা কৰা হৈছিল এগৰাকী কিশোৰীক । সোণাৰীৰ টিঙালীবাম চাহ বাগিচাৰ ছয় বছৰীয়া কিশোৰী গৰাকীৰ হত্যাকাণ্ডত জড়িত অপৰাধীয়ে আগবাঢ়াইছে এই বিস্ফোৰক ভাষ্য ।

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত