Month: September 2021

লখিমপুৰত AIKS আৰু AITCU ৰ প্ৰতিবাদী কাৰ্যসূচী

লখিমপুৰত AIKS আৰু AITCU ৰ প্ৰতিবাদী কাৰ্যসূচী

কৃষক ইউনিয়নে ভাৰত বন্ধ আহ্বান জনোৱাৰ দিনাই লখিমপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে এ আই টি চি ইউ আৰু নিখিল ভাৰত কৃষক সভাই । তিনিখন কৃষি আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই । এই প্ৰতিবাদী

পিচ দুৱাৰেদি KAC ৰ শপত গ্ৰহণ : KAC কলৈ বিস্ফোৰক অভিযোগ বিশ্বজিৎ ৰায়ৰ

পিচ দুৱাৰেদি KAC ৰ শপত গ্ৰহণ : KAC কলৈ বিস্ফোৰক অভিযোগ বিশ্বজিৎ ৰায়ৰ

কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণক লৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ক্ষোভ । আদালতৰ ৰায়ক অৱমাননা কৰি চৰকাৰখনে পলাই পিচ দুৱাৰেদি অবৈধভাৱে শপত গ্ৰহণ কৰালে । পৰিষদৰ দায়িত্বত থকা বিশেষ দুজন ব্যক্তিৰ লগতে আন কেইবাজনো লোক KAC ৰ বাহিৰৰ লোক বুলি বিস্ফোৰক অভিযোগ তুলিছে বিশ্বজিৎ ৰায়ে ।

নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল

নন্দিতা শইকীয়া হত্যাকাণ্ডৰ ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল

 অৱশেষত ৰাজ্য তথা দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল ৷ এই হত্যাকাণ্ড সন্দৰ্ভত ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে ৷ সোমবাৰে ধেমাজি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ৩৬ দিনৰ পিছত এই চাৰ্জশ্বিট দাখিল কৰে ধেমাজিৰ আদালতত ৷ এই চাৰ্জশ্বিটত আছে হত্যাকাৰী ধেমাজি মৰিধল মহাবিদ্যালয়ৰ যুৱ কৰ্মচাৰী ৰিণ্টু শৰ্মা বিৰুদ্ধে

দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল

দিছপুৰৰ বৰ ঘৰত সন্দেহযুক্ত নাগৰিকৰ বেদখল

ছিপাঝাৰ গৰুখুটিৰ উচ্ছেদ অভিযানে ৰাজ্য তোলপাৰ লগোৱাৰ পিছত এইবাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে দিছপুৰ সমষ্টি । নাৱেৰে দিছপুৰ সমষ্টিৰ ভিন্ন প্ৰান্তত সন্দেহজনক নাগৰিকে চৰকাৰী ভূমি বেদখল কৰি নিশাটোৰ ভিতৰতে সাজিলে ঘৰ-দুবাৰ । সংবাদ মাধ্যমৰ আগত এই বিস্ফোৰক অভিযোগ খোদ ৫২ নং দিছপুৰ বিধানসভা সমষ্টিৰ বিজেপি বিধায়ক অতুল বৰাৰ। সোমবাৰে সংবাদ

Bharat Bandh: Public life largely unaffected in Assam

Bharat Bandh: Public life largely unaffected in Assam

The ‘Bharat Bandh’ called on Monday by a collective of farmer organisations evoked limited response in Assam with protests held in parts of the state, though normal life remained largely unaffected. The opposition Congress, which supported the bandh, did not organise any protest programme in the northeastern state. In Guwahati,