Year: 2021

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ এনকাউণ্টাৰৰ উচ্চপৰ্যায়ৰ ন্যায়িক তদন্ত দাবী সাংসদ ৰিপুন বৰাৰ

কোকৰাঝাৰৰ এনকাউণ্টাৰ ঘটনা সন্দৰ্ভত অব্যাহত আছে প্ৰতিবাদ-প্ৰতিক্ৰিয়া । ১৮ ছেপ্টেম্বৰত কোকৰাঝাৰ জিলাৰ উল্টাপানি বনাঞ্চলত আৰক্ষী বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত নৱগঠিত বিদ্ৰোহী সংগঠন ‘ইউনাইটেড লিবাৰেচন ফৰ বড়োলেণ্ড’ৰ (ইউ এল বি) দুজন সন্দেহযুক্ত উগ্ৰপন্থী নিহত হৈছিল । এনকাউণ্টাৰৰ এই ঘটনাৰ পিছৰে পৰা সমগ্ৰ বিটিআৰত এক উত্তেজনাময় পৰিৱেশে বিৰাজ কৰি আছে । কোকৰাঝাৰৰ

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ; ১৭৩ পদৰ বিজ্ঞাপন

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ; ১৭৩ পদৰ বিজ্ঞাপন

এনএইচপিচিত মুকলি হৈছে নিযুক্তি লাভৰ সোণালী সুযোগ৷ অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন আহ্বান কৰি এনএইচপিচি কর্তৃপক্ষই এক নিয়োগ বিজ্ঞাপন প্রকাশ কৰিছে৷ প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, খালী পদসমূহৰ ভিতৰত আছে–Senior Medical Officer (১৩), Assistant Rajbhasha Officer (৭), Junior Engineer-Civil (৬৮), Junior Engineer-Electrical (৩৪), Junior Engineer-Mechanical (৩১),Sr. Accountant (২০)ৰ পদ৷ Senior Medical Officer

ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৰ প্ৰতিবাদ

ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৰ প্ৰতিবাদ

অপৰাধ আৰু মাটিৰ দালালৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ কঠোৰ হোৱা সময়তে বুধাবৰে বিভিন্ন সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড় জিলাৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় সমূহ ঘেৰাও কৰি আছুৱে প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হয় । মাটিৰ দালালক গ্ৰেপ্তাৰ কৰি চৰকাৰে ভূমি-মাফিয়াক ৰক্ষণাবেক্ষণ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ তুলি ডিব্ৰুগড়ৰ পূৱ আৰু পশ্চিম ৰাজহ চক্ৰ কাৰ্যালয়ত

কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰত ইউ এল বিৰ তিনি সদস্য আটক

কোকৰাঝাৰৰ উল্টাপানীৰ লুংছুং বনাঞ্চলত আৰক্ষীৰে সংঘৰ্ষত দুগৰাকীকৈ সন্দেহযুক্ত ইউএলবি সদস্য নিহত হোৱাক লৈ বিতৰ্ক অব্যাহত থকাৰ সময়তে বুধবাৰে আৰক্ষীয়ে ইউএলবি তিনি সদস্যক আটক কৰিবলৈ সক্ষম হৈছে । ইউএলবিৰ আটকাধীন কেডাৰ তথা সদস্য তিনিজন ক্ৰমে আনন্দ নাৰ্জাৰী ওৰফে আব্ৰা , সাজাৰাম ব্ৰহ্ম ওৰফে ৰমাই আৰু দৈদুন ব্ৰহ্ম ৷ কোকৰাঝাৰ জিলাৰ অতিৰিক্ত

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ৩৮ চাকৰি

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠানত ৩৮ চাকৰি

ভাৰতীয় কৃষি গৱেষণা প্রতিষ্ঠান(ICAR-Indian Agricultural Research Institute)ত খালী হৈছে ৩৮ পদ৷ উক্ত খালী পদসমূহ তীখা আৰু উদ্যোগ মন্ত্রালয়ৰ অধীনত পৰিচালিত গৱেষণা প্রতিষ্ঠান আৰু বিশ্ববিদ্যালয়ত “Development of steel slag based cost effective eco-friendly fertilizers for sustainable agriculture and inclusive growth” প্রকল্পৰ অধীনত পূৰণ কৰা হ’ব৷ ইতিমধ্যে এই বিষয়েNew Delhi ICAR-IARI Division