সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত বুধবাৰে বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়াসকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান
Year: 2021
পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে
গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নাৰী দেহৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্রই৷ নাৰী দেহৰ বেহাত জড়িত হৈ পৰিছে আৰক্ষী বিষয়াও৷ কালি বশিষ্ঠ থানাৰ আৰক্ষীয়ে বেলতলাৰ গণেশ নগৰৰ স্বর্গপুৰত থকা
ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা
অসম ৰাইফলছত মুকলি হৈছে নিযুক্তিৰ লাভৰ সুযোগ৷Office of the Director General Assam Rifles, Shillongৰ তৰফৰ পৰা প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, অচিৰেই অসম ৰাইফলছৰTechnical আৰুTradesmanৰ ১,২৩০ পদত প্রার্থী নিয়োগ কৰা হ’ব৷