Year: 2021

মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

মুছলপুৰত গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ মানৱ শৃংখল কাৰ্যসূচী

সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ আহ্বানত বুধবাৰে বাক্সা জিলা গৰিয়া-মৰিয়া দেশী জাতীয় পৰিষদৰ আহ্বায়ক সমিতিয়ে মুছলপুৰত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে । গৰিয়া-মৰিয়াসকলক ভূমিপুত্ৰ হিচাপে স্বীকৃতি দিয়া, জনগোষ্ঠীৰ মৰ্যাদা প্ৰদান কৰা, সুকীয়া জৰীপ আৰু চিনাক্তকৰণ প্ৰক্ৰিয়াৰে গৰিয়া-মৰিয়াসকলৰ মৰ্যাদা ৰক্ষা কৰাৰ দাবী জনায় সংগঠনটোৱে । “ধৰ্মীয় পৰিচয়ৰ সলনি জনগোষ্ঠীয় পৰিচয় আমাক

গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

গৰুখুটিৰ উচ্ছেদ অভিযানত উত্তেজনা; আৰক্ষীৰ গুলীত নিহত দুজন

পুনৰ দৰং জিলা ঢলপুৰৰ গৰুখুটিত চলা উচ্ছেদ অভিযানত অঘটন । আৰক্ষীৰ গুলীত নিহত দুজন প্ৰতিবাদকাৰী । উচ্ছেদ অভিযানৰ দ্বিতীয় দিনা প্ৰশাসনৰ উচ্ছেদ অভিযানত বাধা প্ৰদান কৰিছিল বেদখলকাৰীসকলে । উচ্ছেদৰ বাবে যোৱা আৰক্ষী তথা প্ৰশাসনলৈ শিলাবর্ষণ কৰিছিল বেদখলকাৰীসকলে । এগৰাকী মহিলা কনিষ্টৱলসহ ৮ গৰাকী আৰক্ষী আঘাতপ্ৰাপ্ত । আঘাতপ্ৰাপ্ত আৰক্ষী কনিষ্টবলসকলক চিকিৎসালয়লৈ

গুৱাহাটী: চিআইডিৰ চৰকাৰী কোৱার্টাৰত দেহ ব্যৱসায়

গুৱাহাটী: চিআইডিৰ চৰকাৰী কোৱার্টাৰত দেহ ব্যৱসায়

গুৱাহাটী মহানগৰীৰ বিভিন্ন স্থানত নাৰী দেহৰ ৰমৰমীয়া বেহা চলাই আহিছে এটা অসাধু চক্রই৷ নাৰী দেহৰ বেহাত জড়িত হৈ পৰিছে আৰক্ষী বিষয়াও৷ কালি বশিষ্ঠ থানাৰ আৰক্ষীয়ে বেলতলাৰ গণেশ নগৰৰ স্বর্গপুৰত থকা চি আই ডিৰ চৰকাৰী আৱাসত অভিযান চলাই নাৰী দেহৰ বেহা চলোৱা এটা চক্রক উৎখাত কৰিবলৈ সক্ষম হয়৷ স্থানীয় ৰাইজ আৰু

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

পহিলা অক্টোবৰৰ পৰা আৰম্ভ হ’ব নৱম আৰু একাদশ শ্ৰেণীৰ পাঠদান

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ক্ৰমাৎ উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি নীতি-নিৰ্দেশনাসমূহ লাহে লাহে শিথিল কৰি অনা হৈছে । ক’ভিডৰ সংক্ৰমণ হ্ৰাস পোৱাৰ লগে লগে আঁতৰিছে বাধা-নিষেধসমূহ । ইতিমধ্যে ২০ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে দশম শ্ৰেণীৰ পাঠদান । সেইদৰে উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষ আৰু স্নাতক চূড়ান্ত বৰ্ষৰ পাঠদানো অব্যাহত আছে । পহিলা

অসম ৰাইফলছত ১,২৩০ পদৰ বিজ্ঞাপন

অসম ৰাইফলছত ১,২৩০ পদৰ বিজ্ঞাপন

অসম ৰাইফলছত মুকলি হৈছে নিযুক্তিৰ লাভৰ সুযোগ৷Office of the Director General Assam Rifles, Shillongৰ তৰফৰ পৰা প্রকাশিত বিজ্ঞাপনৰ তথ্য অনুসৰি, অচিৰেই অসম ৰাইফলছৰTechnical আৰুTradesmanৰ ১,২৩০ পদত প্রার্থী নিয়োগ কৰা হ’ব৷ উক্ত পদসমূহGroup B আৰু Group C পর্যায়ৰ৷ প্রার্থী নিযুক্তিRecruitment Rally 2021-22ৰ মাধ্যমেৰে কৰা হ’ব৷ প্রার্থী বাছনিPhysical Efficiency Test, Physical Standard