সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিৰ ৩১ আগষ্টত ৰৌতা ষ্টেচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় । এই প্ৰতিনিধি সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ গোর্খা সন্মিলনৰ সম্পাদক লক্ষ্মী চেড়াইয়ে। ৰৌতা আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ শৰ্ম্মাৰ সভাপতিত্বত অনুষ্ঠিত
Year: 2021
গুৱাহাটীৰ উজান বজাৰত সংঘটিত হৈছে এক চাঞ্চল্যকৰ তথা জঘন্য হত্যাকাণ্ড ৷ উজান বজাৰৰ এটা ভাড়াঘৰৰ কোঠাত দুৰ্বৃত্তই নিৰ্মমভাৱে হত্যা কৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক ৷ মৃত কিশোৰীগৰাকীৰ ডিম্পল কোমাৱত বুলি জানিব পৰা হৈছে ৷ গুৱাহাটী ক্লাৱৰ এঞ্জেলছ্ অৱ গডৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী ডিম্পল ৷ ঘৰত কোনো নথকা সময়ত সংঘটিত হয়
বাক্সা জিলাৰ মুছলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত পলাশগুৰীত এগৰাকী ৯ বছৰীয়া কণমানিক ধৰ্ষণৰ অভিযোগ উত্থাপন হৈছে ৷ এই অভিযোগ উত্থাপন হৈছে ১ নং ভোগপাৰা গাঁৱৰ মানিক নাথ নামৰ প্ৰায় ৪৫ বছৰ বয়সীয়া শিক্ষকৰ বিৰুদ্ধে ৷ পৰিয়ালৰ লোকৰ অভিযোগ অনুসৰি, শিক্ষকজনে দীৰ্ঘদিন ধৰি মাক-দেউতাকৰ অনুপস্থিতিৰ সুযোগ লৈ বিভিন্ন প্ৰলোভন আৰু ভয়-ভাবুকিৰে কণমানিগৰাকীক
৫০ বছৰীয়া হ’ল বৰপেটা আইন মহাবিদ্যালয় (Barpeta Law College) ৷ আইন মহাবিদ্যালয় খনৰ ৫০ বছৰীয়া যাত্ৰাক উদযাপনৰ বাবে বিশেষ কাৰ্যসূচী হাতত লোৱা হৈছে । মহাবিদ্যালয়খনৰ সোণালী জয়ন্তী (Golden jubilee) বৰ্ষ উপলক্ষ্যে বছৰজোৰা কাৰ্যসূচীৰ মঙলবাৰে শুভাৰম্ভ কৰা হয় । বৰপেটাৰ ঐতিহ্যমণ্ডিত উচ্চ শিক্ষাৰ অনুষ্ঠানখনে ৫০ বছৰত ভৰি দিয়াক লৈ মহাবিদ্যালয়খনৰ সৈতে
কার্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তর্গত চকীহোলাত এক ভয়ংকৰ পাশৱিক ঘটনা সংঘটিত হোৱাৰ তথ্য পোহৰলৈ আহিছে৷ চকীহোলাৰ অতিকে দুর্গম পাহাৰীয়া এলেকাত বিবেকশূন্য নৰপিশাচৰ বিকৃত কামনাৰ বলি হৈ এগৰাকী কিশোৰীয়ে প্রাণ হেৰুৱাবলগীয়া হোৱা ঘটনাই পাহাৰীয়া জিলাখনত তীব্র প্রতিক্রিয়া সৃষ্টি কৰিছে৷ ঘটনাৰ বিৱৰণী অনুসৰি, চকীহোলা থানাৰ অন্তর্গত তথা নিলিপ পৰিষদীয় সমষ্টিৰ লক্ষীৰাম