Year: 2021

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

মানৱ সেৱাৰ পৰিৱৰ্তে কিশোৰী নিৰ্যাতনত সাঙোৰ খাইছে চিকিৎসক

সময়ে সময়ে বহু সম্ভ্ৰান্ত লোকৰ ঘৰত নিৰ্যাতিত হৈ আহিছে বনকৰা শিশু তথা কিশোৰ-কিশোৰী ৷ মানৱীয়তাক লজ্জান্বিত কৰা এনে এক ঘটনাই শেহতীয়াকৈ সংঘটিত হৈছে এইখন অসমৰে যোৰহাট জিলাৰ তিতাবৰত ৷ ঘৰত ৰাখিবলৈ লৈ যোৱা দুখীয়া পৰিয়ালৰ কিশোৰী গৰাকীক কাম কৰিবলৈ বাধ্য কৰি মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপিত হৈছে তিতাবৰৰ এগৰাকী চিকিৎসকৰ

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে টাইপাৰ ধাৰাবাহিক আন্দোলন ঘোষণা

ছয় জনগোষ্ঠীক জনজাতিকৰণৰ দাবীৰে টাইপাৰ ধাৰাবাহিক আন্দোলন ঘোষণা

 টাই আহোম জনগোষ্ঠীক জনজাতিকৰণ আৰু আহোম জনগোষ্ঠীক স্বায়ত্ব শাসন প্ৰদানৰ দাবীত অহা ছেপ্তেম্বৰৰ প্ৰথম সপ্তাহৰ পৰা ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে টাই আহোম যুৱ পৰিষদ, অসমে । শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত আয়োজিত এক সংবাদমেলত টাইপাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ গুণকান্ত গগৈয়ে কয়, অসম চৰকাৰে বিগত দিনত আহোম জনগোষ্ঠীকে ধৰি ছয় জনগোষ্ঠীক জনজাতীকৰণৰ

লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

লেটেকুপুখুৰীত মাধৱদেৱৰ ৪২৫ সংখ্যক তিৰোভাৱ তিথি পালন

 আজি পবিত্ৰ ভাদ মাহৰ কৃষ্ণা পঞ্চমী তিথি তথা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ 425 সংখ্যক তিৰোভাৱ তিথি ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ সমান্তৰালকৈ মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱৰ জন্মস্থান লেটেকুপুখুৰীটো উদযাপন কৰা হৈছে 425 সংখ্যক তিৰোভাৱ তিথি ৷ ক’ভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে বান্ধি দিয়া নিয়ম অনুসৰি এইবাৰ অনুষ্টুপীয়াকৈ