Year: 2021

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

গুৱাহাটীত পানীৰ স্তৰ বৃদ্ধি পাইছে ব্ৰহ্মপুত্ৰৰ

উজনি অসম আৰু চুবুৰীয়া ৰাজ্যসমূহত ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ নদীৰ পানীৰ স্তৰ বাঢ়ি আহিছে। গুৱাহাটীৰ কেইবাটাও অংশ জলমগ্ন হৈ পৰিছে। কেন্দ্ৰীয় জল আয়োগৰ এজন বিষয়াই জনোৱা অনুসৰি, যোৱা চাৰিৰ পৰা পাঁচ দিন ধৰি ব্ৰহ্মপুত্ৰত পানী বাঢ়িছে। এতিয়া, এই পানী সতৰ্কবাণী স্তৰৰ ওপৰত বৈ আছে। এএনআইৰ সৈতে বাৰ্তালাপত কেন্দ্ৰীয় জল আয়োগৰ

ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

ৰঙিয়াত ৰহস্যজনক ভাৱে উদ্ধাৰ এগৰাকী বোৱাৰীৰ মৃতদেহ

ৰঙিয়াত সৃষ্টি হৈছে এক চাঞ্চল্যকৰ হত্যা কাণ্ড ৷ ৰঙিয়াৰ বিছেন্নালাত এগৰাকী বোৱাৰীৰ ৰহস্যজনক মৃত্যু হৈছে ৷ মৃতদেহটো উদ্ধাৰ হোৱাৰ পাচতে উত্তপ্ত হৈ পিৰছে মহিলা গাৰীকৰ স্বামীৰ গৃহ ৷ স্বামীৰ গৃহত হিমাশ্ৰী হালৈৰ মৃতদেহ উদ্ধাৰ হৈছে ডিঙিত চিপলৈ উলমি থকা অৱস্থাত ৷ হত্যাৰ সন্দেহ প্ৰকাশ কৰিছে মহিলা গৰাকীৰ মাতৃৰ পৰিয়ালে ৷

গুৱাহাটী আৰু হাফলঙৰ মাজত বিশেষ ভিষ্টাডোম ৰে’লসেৱা

গুৱাহাটী আৰু হাফলঙৰ মাজত বিশেষ ভিষ্টাডোম ৰে’লসেৱা

পৰ্যটকৰ সুবিধাৰ্থে উত্তৰ-পূৱ সীমান্ত ৰে’লৱে আৰম্ভ কৰিলে গুৱাহাটী আৰু হাফলঙৰ মাজত ভিষ্টাডোম ৰে’লসেৱা । বৃহস্পতিবাৰে গুৱাহাটী ৰে’লৱে ষ্টেচনত উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক অঞ্চুল গুপ্তাই (GM Anshul Gupta) এই সেৱা মুকলি কৰে । এই বিশেষ ভিষ্টাডোম ৰে’লসেৱা গুৱাহাটীৰ পৰা নিউ হাফলঙলৈকে উপলব্ধ হ’ব । মান্দেৰদিছা আৰু মাইবং ৰে’লৱে ষ্টেচনত ষ্ট’পেজ থাকিব

চাহ শ্ৰমিকক অৰুণাচলত অত্যাচাৰ কৰাৰ প্ৰতিবাদত অসম – অৰুণাচল সংযোগী চাংলাং পথত অৱৰোধেৰে উত্তাল প্ৰতিবাদ আছা’ৰ

চাহ শ্ৰমিকক অৰুণাচলত অত্যাচাৰ কৰাৰ প্ৰতিবাদত অসম – অৰুণাচল সংযোগী চাংলাং পথত অৱৰোধেৰে উত্তাল প্ৰতিবাদ আছা’ৰ

অৰুণাচল প্ৰদেশৰ চাংলাঙৰ চাহ বাগিছাত কৰ্মৰত মাৰ্ঘেৰিটাৰ আৰু ইয়াৰ উপকণ্ঠ অঞ্চলৰ ৩০ জনৰো অধিক চাহ শ্ৰমিকক শাৰিৰীক তথা মানসিক অত্যাচাৰ কৰি খেদি পঠোৱাকলৈ উত্তাল প্ৰতিবাদ সাব্যস্তু । সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ তিনিচুকীয়া জিলা আৰু মাৰ্ঘেৰিটা আঞ্চলিক সমিতিৰ উদ্যোগত অসম অৰুণাচল সীমামূৰীয়া মাৰ্ঘেৰিটা মহকুমাৰ নামদাং স্থিত মাৰ্ঘেৰিটা – চাংলাং সংযোগী

সাংবাদিক–সংবাদ কর্মীক অনুজ্ঞাপত্র দিব পৰিবহণ বিভাগে

সাংবাদিক–সংবাদ কর্মীক অনুজ্ঞাপত্র দিব পৰিবহণ বিভাগে

 মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ সদিচ্ছা আৰু পৰিবহণ মন্ত্রী চন্দ্রমোহন পাটোৱাৰীৰ নির্দেশমর্মে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ উদ্যোগত সংবাদ সেৱাৰ ক্ষেত্রত একনিষ্ঠভাৱে জড়িত সাংবাদিক আৰু সংবাদ কর্মীসকলক থিতাতে গাড়ীচালনাৰ শিকাৰু অনুজ্ঞাপত্র (লার্নাৰ লাইচেঞ্চ) প্রদানৰ এক প্রশংসনীয় পদক্ষেপ গ্রহণ কৰা হৈছে৷ ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন অসম চৰকাৰে এশ দিন সফলতাৰে