Year: 2021

ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিঃমিঃ গতিবেগ বৃদ্ধিৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

ৰাষ্ট্ৰীয় ঘাইপথত ৬০ কিঃমিঃ গতিবেগ বৃদ্ধিৰ পৰামৰ্শ মুখ্যমন্ত্ৰীৰ

 ৰাষ্ট্রীয় ঘাইপথৰ দুৰৱস্থা আৰু বিভিন্ন স্থানত টোলগেটৰ অত্যধিক মাচুলে জলাকলা খুওৱা ৰাজ্যবাসীৰ বাবে আন এক আতংকৰ কাৰণ হৈ পৰিছে পৰিবহণ বিভাগৰ ইণ্টাৰচেপ্টৰসমূহ ৷ দুর্ঘটনা প্রতিৰোধৰ নামত ৰাষ্ট্রীয় ঘাইপথসমূহত পৰিবহণ বিভাগে সংযোজন কৰা ইণ্টাৰচেপ্টৰসমূহৰ বাবে গম নোপোৱাকৈয়ে একাংশ চালকে ভৰিবলগীয়া হৈছে বৃহৎ পৰিমাণৰ জৰিমনা৷ ৰাজ্যৰ প্রায় প্রতিটো ৰাষ্ট্রীয় ঘাইপথৰ বিভিন্ন স্থানত

ছিকিমৰ পৰা পুনৰ উদ্ধাৰ চিৰাঙৰ ১৭ শিশু

ছিকিমৰ পৰা পুনৰ উদ্ধাৰ চিৰাঙৰ ১৭ শিশু

চিৰাং আৰক্ষীয়ে চুবুৰীয়া ৰাজ্য ছিকিমত দ্বিতীয়বাৰৰ বাবে অভিযান চলাই ১৭টা শিশু আৰু ২জন প্রাপ্তবয়স্কক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে৷ শুকুৰবাৰে বিয়লি এখন সংবাদ মেলত এই তথ্য সদৰী কৰে অসম আৰক্ষীৰ বিশেষ সঞ্চালকপ্রধান (টি এণ্ড এ পি) তথা বি টি এ ডিৰ ভাৰপ্রাপ্ত আইজিপি এল আৰ বিষ্ণয়ে৷ চিৰাং আৰক্ষী অধীক্ষকৰ কার্যালয় সভাকক্ষত

বিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

বিধানসভাত গৃহীত হ’ল আছাম টেনান্সী এক্টঃ কি এই নতুন আইন ?

নগৰাঞ্চলত বিগত দীর্ঘসময়ৰ পৰা ঘৰ ভাৰাক লৈ মালিকপক্ষ আৰু ভাৰাতীয়াৰ মাজত চলি থকা সংঘাত তথা বিবাদৰ অন্ত পেলোৱাৰ লক্ষ্যৰে শুকুৰবাৰে বিধানসভাত গৃহীত হ’ল দ্য আছাম টেনেন্সী বিল–২০২১৷ নগৰ উন্নয়ন মন্ত্রী অশোক সিংহলে শুকুৰবাৰে বিধানসভাত উত্থাপন কৰা এই বিধেয়কখন সর্বসন্মতিক্রমে গৃহীত হয়৷ উল্লেখ্য যে ভাৰা ঘৰৰ মালিক আৰু ভাৰাতীয়াৰ স্বার্থ সুৰক্ষাৰ

SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ

SBKF আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্সত সোণৰ পদক লাভ কুঞ্জলতা বড়োৰ

নেপালত অনুষ্ঠিত হোৱা ২০২১ বৰ্ষৰ আন্ত: ৰাষ্ট্ৰীয় মাষ্টাৰ্ছ এথেলেটিক্স, (SBKF) প্ৰতিযোগীতাত  ভাৰতৰ হৈ অংশগ্ৰহণ কৰা ১০০ মিটাৰ আৰু ২০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত কেইবাখনো দেশৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা খেল খনত ভাৰতৰ হৈ ৰিপ্ৰেজেণ্ট কৰা  ওদালগুৰি জিলাৰ কলাইগাঁ‌ৱৰ নিবাসী কুঞ্জলতা বড়োয়ে প্ৰথমস্থান দখলৰে স্বৰ্ণ পদক লাভ কৰি ভাৰত তথা অসমলৈ সোণাম কঢ়িয়াই

গুৱাহাটীত ৰেভপাৰ্টী:ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত অভিজাত পৰিয়ালৰ যুৱক-যুৱতী

গুৱাহাটীত ৰেভপাৰ্টী:ড্ৰাগছৰ পাৰ্টী পাতি আৰক্ষীৰ জালত অভিজাত পৰিয়ালৰ যুৱক-যুৱতী

মগুৱাহাটীত ড্ৰাগছৰ পাৰ্টী পাতি জালত পৰিল অভিজাত পৰিয়ালৰ যুৱক-যুৱতী৷গুৱাহাটীৰ খাৰঘুলিত  নিশা লতাশিল আৰক্ষীয়ে অভিযান চলাই ১৮গৰাকী যুৱক-যুৱতীক গ্ৰেপ্তাৰ কৰে৷আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বিকাশ জৈন, নাছিফ আহমেদ, সুমিত কুমাৰ বেৰিয়া, চয়ন শইকীয়া, অমিত পেগু, অমিত বৰুৱা, অশোক বৰ্মন, হিৰণ্য সিনহা,ৰিদিপ বৰুৱা, সিদ্ধাৰ্থ বৰঠাকুৰ,ফাহাদ ফাৰী আলী, ৰাকেশ বৰগোহাঁই আৰু দেৱৰ্ষি বেৰিয়াক৷ গ্ৰেপ্তাৰ কৰা