Year: 2021

আজিৰে পৰা ৰাজ্যত নতুন SOP বিয়লি ৫ বজালৈ খোলা থাকিব বজাৰ–ব্যৱসায়িক প্রতিষ্ঠান–কার্যালয়

আজিৰে পৰা ৰাজ্যত নতুন SOP বিয়লি ৫ বজালৈ খোলা থাকিব বজাৰ–ব্যৱসায়িক প্রতিষ্ঠান–কার্যালয়

ৰাজ্যৰ ক’ভিড পৰিস্থিতি ধাৰাবাহিকভাৱে উন্নত হোৱাৰ পৰিপ্রেক্ষিতত হ্রাস কৰা হৈছে সান্ধ্য আইনৰ সময়৷ সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত

এতিয়াও আগ্রাসী মিজোৰ দখলত অসমৰ ১,৫৭৭ হেক্টৰ ভূমি

এতিয়াও আগ্রাসী মিজোৰ দখলত অসমৰ ১,৫৭৭ হেক্টৰ ভূমি

অসমৰ ভূমিত আগ্রাসন চলাই শেহতীয়াকৈ চুবুৰীয়া ৰাজ্য মিজোৰামে বৰাক উপত্যকাৰ হাইলাকান্দি আৰু কাছাৰ জিলাত দখল কৰা ভূমি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী৷ বিধানসভাত সোমবাৰে এই তথ্য সদৰী কৰিলে সংসদীয় পৰিক্রমা মন্ত্রী পীয়ূষ হাজৰিকাই৷ বিৰোধীয়ে অসমৰ ভূমি চুবুৰীয়া ৰাজ্যই দখল কৰাৰ অভিযোগেৰে সৰৱ হৈ থকাৰ সময়তে গৃহ বিভাগৰ হৈ আজি

৫ বছৰত ধর্ষণৰ বলি ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী

৫ বছৰত ধর্ষণৰ বলি ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী

প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বেটী বচাও অভিযানে দেশৰ প্রতিখন ৰাজ্যত বিশেষ গুৰুত্ব লাভ কৰাৰ সময়তে এনে অভিযানক অস্তিত্বহীন কৰি অসমত বিগত ৫ বছৰত ধর্ষণৰ বলি হৈছে ১৮,৬৯৩গৰাকী শিশু কন্যা–যুৱতী৷ অর্থাৎ বছৰি প্রায় তিনি হাজাৰতকৈ অধিক আৰু প্রায় প্রতিদিনে ১০টাকৈ অধিক ধর্ষণৰ ঘটনা সংঘটিত হৈছে অসমত৷ বিধানসভাত সোমবাৰে এই ভয়ংকৰ তথ্য দাঙি

#Breaking: কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

#Breaking: কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

◾️ কথমপি প্ৰাণৰক্ষা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ ◾️ আকাশমাৰ্গতে যান্ত্ৰিক বিজুতি চলন্ত হেলিকপ্টাৰৰ ◾️ বৰঝাৰৰ পৰা তামুলপুৰলৈ উৰা মাৰিছিল কেশৱ মহন্ত ◾️ উৰন্ত অৱস্থাতে যান্ত্ৰিক বিজুতি ঘটে হেলিকপ্টাৰখনৰ ◾️ হেলিকপ্টাৰখনত আছিল কেশৱ মহন্তসহ ৫জন লোক ◾️ বৰঝাৰ বিমানবন্দৰত জৰুৰী অবতৰণ হেলিকপ্টাৰখনৰ

#BreakingNews: আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP

#BreakingNews: আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP

◾️ আজি ৰাজ্যত ঘোষণা হ’ব ক’ভিডৰ নতুন SOP ◾️ বহু ক্ষেত্ৰত ক’ভিড নিৰ্দেশনা শিথিল কৰাৰ সম্ভাৱনা ◾️ দোকান-পোহাৰ খোলা ৰখাৰ সময় বৃদ্ধিৰ সম্ভাৱনা ◾️ সন্ধিয়া ৬ বজালৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলাৰ সম্ভাৱনা ◾️ সন্ধিয়া ৭ বজাৰ পৰা বলৱৎ হ’ব পাৰে সান্ধ্য আইন ◾️ আন্তঃজিলা যাতায়াতৰ অনুমতি দিয়াৰ সম্ভাৱনা ক্ষীণ