Year: 2021

ভেৰগাঁও মহকুমা সদৰস্থিত আই টি আই হঠাৎ পৰিদৰ্শন কাৰ্যবাহী সদস্য উইলছন হাজদাৰ

ভেৰগাঁও মহকুমা সদৰস্থিত আই টি আই হঠাৎ পৰিদৰ্শন কাৰ্যবাহী সদস্য উইলছন হাজদাৰ

বিটিআৰৰ কাৰ্যবাহী সদস্য উইলছন হাজদাই শুকুৰবাৰে হঠাতে ওদালগুৰি জিলাৰ ভেৰগাঁও মহকুমা সদৰস্থিত ১৯৮৬ চনতে স্থাপিত আই টি আই পৰিদৰ্শন কৰি অভাৱ অভিযোগৰ বুজ লোৱাৰ লগতে সাংবাদিকক সম্বোধন কৰি কয় বিটিআৰ, অসম চৰকাৰ আৰু ভাৰত চৰকাৰৰ জৰিয়তে আমি এই প্ৰতিষ্ঠানখনক উন্নত মানদণ্ডৰ কৰিবলৈ যত্নপৰ হম।   হেৰুৱাই যোৱা গৰিমা আমাৰ চৰকাৰে

গুৱাহাটীত ৰন্ধন কর্মীৰ উত্তাল বিক্ষোভ; কামৰ বিনিময়ত মজুৰি দাবী

গুৱাহাটীত ৰন্ধন কর্মীৰ উত্তাল বিক্ষোভ; কামৰ বিনিময়ত মজুৰি দাবী

ন্যায্য প্রাপ্যৰ দাবীত বুধবাৰে মহানগৰীৰ বেজবৰুৱা চ’ক (গুৱাহাটী ক্লাব ৰ’টাৰী)ত সদৌ অসম মধ্যাহ্ণ ভোজন কর্মচাৰীৰ বেনাৰত ৰন্ধন কর্মচাৰীসকলে প্রতিবাদ সাব্যস্ত কৰে৷ প্রতিবাদী কার্যসূচীৰ অন্তত ৰাজ্য চৰকাৰলৈ প্রেৰণ কৰা অনুৰোধ তথা স্মাৰক–পত্রত কোৱা হয় যে বকেয়া মাননি শীঘ্রে আদায় দিয়া, বাজেটত ৰন্ধন কর্মচাৰীৰ মাননি বৃদ্ধি কৰা, ঘোষিত নূ্যনতম মজুৰিৰ ভিত্তিত ৰন্ধন

মাদ্রাছা টেট উত্তীর্ণই নাপায় শিক্ষকৰ চাকৰি

মাদ্রাছা টেট উত্তীর্ণই নাপায় শিক্ষকৰ চাকৰি

ৰাজ্যৰ প্রি–ছিনিয়ৰ আৰু ছিনিয়ৰ মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ কৰাৰ পাছত মাদ্রাছা টেট উত্তীর্ণ কোনো প্রার্থীক শিক্ষক পদত নিযুক্তি দিয়া নহয়৷ বৃহস্পতিবাৰে এই কথা বিধানসভাত স্পষ্ট কৰিলে শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে৷ প্রশ্ণোত্তৰকালত এআইইউডিএফৰ বিধায়ক আমিনুল ইছলামে উত্থাপন কৰা এক প্রশ্ণৰ উত্তৰ প্রদান কৰি শিক্ষামন্ত্রীগৰাকীয়ে কয় যে যিহেতু মাদ্রাছাসমূহ সাধাৰণ বিদ্যালয়লৈ ৰূপান্তৰ

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চৰম অৱহেলা

অসম চৰকাৰৰ পৰ্যটন বিভাগৰ চৰম অৱহেলা

মাৰ্ঘেৰিটা ৰাজহ চক্ৰৰ অন্তৰ্গত উদয়পুৰ লং টং স্থিত ঐতিহাসিক ষ্টীলৱেল পথৰ কাষতেই অৱস্থিত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ আহুতি দিয়া বীৰ সৈনিক সকলৰ সমাধি ক্ষেত্ৰ। অসম চৰকাৰৰ পৰ্যটন বিভাগ আৰু জনপ্ৰতিনিধিৰ অমনোযোগিতাৰ বাবেই ধ্বংসৰ দিশে গতি কৰিছে ইতিহাস প্ৰসিদ্ধ এই সমাধিক্ষেত্ৰখন। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত প্ৰাণ হেৰোৱা সৈনিক সকলক সমাধিস্থ কৰা এই