Year: 2021

National Press Day: মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

National Press Day: মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস

মনোৰঞ্জন মহন্ত, মৰিগাঁও মৰিগাঁও জিলা প্ৰশাসন আৰু জিলা সাংবাদিক সংস্থাৰ উদ্যোগত মৰিগাঁৱতো অনুষ্ঠিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস ৷ মঙ্গলবাৰে পবিতৰা হাটত অনুষ্ঠিত প্ৰেছ দিৱসৰ কাৰ্যসুচী বন্তি প্ৰজ্জলনেৰে শুভাৰম্ভ কৰে জিলা সাংবাদিক সংস্থাৰ প্ৰাক্তন সভাপতি তথা দ্যা নিউজ প্লাছৰ সাংবাদিক জগদীশ নাথে ৷ প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি জিলাখনৰ দুগৰাকী জ্যেষ্ঠ

মুকালমুৱাত আছু,AJYCP বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ উত্তাল প্ৰতিবাদ

মুকালমুৱাত আছু,AJYCP বৰক্ষেত্ৰী আঞ্চলিক সমিতিৰ উত্তাল প্ৰতিবাদ

বৰক্ষেত্ৰী সমষ্টিৰ মুকালমুৱা মহকুমাস্থিত লোক নিৰ্মাণ(গৃহ) বিভাগৰ সহকাৰী কাৰ্য্যবাহী অভিযন্তাৰ কাৰ্য্যালয়টো ধৰ্মপুৰ সমষ্টিৰ চামতালৈ স্থানান্তৰিত কৰাৰ নিৰ্দেশ কিছুদিন পূৰ্বে বিভাগে প্ৰকাশ কৰাৰ পাছতে সমগ্ৰ বৰক্ষেত্ৰীত অব্যাহত আছে প্ৰতিক্ৰিয়া। বৰক্ষেত্ৰী সমষ্টি আৰু ধৰ্মপুৰ সমষ্টিৰ কাৰণে মূখ্য কাৰ্য্যালয় হিচাপে থকা কাৰ্য্যালয়টো ধৰ্মপুৰ সমষ্টিৰ চামতাত শেহতীয়াকৈ স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছে চৰকাৰে। চৰকাৰৰ এই

ওদালগুৰিত আছা’ৰ উদ্যোগত ১৪৬তম বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপন |

ওদালগুৰিত আছা’ৰ উদ্যোগত ১৪৬তম বীৰ বিৰছা মুণ্ডা জন্ম জয়ন্তী উদযাপন |

ভাৰতত বসবাস কৰা বৃহত্তৰ আদিবাসী জনগোষ্ঠীয় লোক সকলৰ ভগৱানস্বৰূপ ৰাষ্ট্ৰীয় বীৰ বিৰছা মুণ্ডাৰ জন্ম জয়ন্তী ওলহ-মালহেৰে আদিবাসী জনগোষ্ঠীৰ লোকসকলে উদযাপন কৰে | আজিৰ দিনটোতে অৰ্থাৎ ১৫ নবেম্বৰ ১৮৭৫ চনত আদিবাসী জনগোষ্ঠীয় লোকসকলৰ ভগৱানস্বৰূপ ৰাষ্টীয় বীৰ শ্বহীদ বীৰচা মুণ্ডাৰ ৰাঁচীত জন্ম হৈছিল | তেখেতৰ ১৪৬ তম জন্ম দিনটোত ওদালগুৰি জিলা আছা’

নিশা বঙাইগাঁৱৰ উত্তৰ শালমাৰা ৩১ নং ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

নিশা বঙাইগাঁৱৰ উত্তৰ শালমাৰা ৩১ নং ঘাইপথত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা

তীব্ৰ বেগী যাত্ৰীবাহী বাছে চোচৰাই নিয়ে এজন বাইক আৰহীক। ফলত মৃত্যু হয় বাইক আৰহী জনৰ। নিশা AS 17B 6741 নম্বৰৰ যাত্ৰীবাহী বাছ খনে ধুবুৰী অভিমুখে গৈ থকা অৱস্থাত উত্তৰ শালমাৰাত AS 19J 8399 নম্বৰৰ বাইকৰ সৈতে মুখামুখি সংঘৰ্ষ হয়। তীব্ৰ বেগী বাছখনে বাইক খন বহু দুৰ চোচৰাই নিয়াৰ ফলত দাউ