Year: 2021

অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

অস্ত্ৰ বিৰতিৰ ম্যাদ বৃদ্ধি কৰিলে ULFA(I)এ

 ৰাজ্যৰ নিষিদ্ধ ঘোষিত সংগঠন আলফা (স্বা) এ ম্যাদ বৃদ্ধি কৰিছে অস্ত্ৰ বিৰতিৰ ৷ শেহতীয়াকৈ ৰাজ্যৰ বহুকেইটা উগ্ৰপন্থী সংগঠনে আত্মসমৰ্পণ কৰিছে ৰাজ্য চৰকাৰৰ ওচৰত ৷ সম্প্ৰতি ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰৰ তৎপৰতাত অধিকাংশ আত্মসমৰ্পণকাৰী দলে শান্তি চুক্তি স্বাক্ষৰিত কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে ৷ শেহতীয়াকৈ পৰেশ বৰুৱা (Paresh Baruah) নেতৃত্বাধীন ULFA(I)ও শান্তি

কিড্নীৰ আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চিকিৎসক ৰিচার্ড আব্রাহামক গুৱাহাটীত গ্রেপ্তাৰ

কিড্নীৰ আন্তঃৰাষ্ট্রীয় চোৰাং ব্যৱসায়ী চিকিৎসক ৰিচার্ড আব্রাহামক গুৱাহাটীত গ্রেপ্তাৰ

চিকিৎসাৰ দৰে পৱিত্র বৃত্তিক কলংকিত কৰি একাংশ চিকিৎসকে চলাই আহিছে কিড্নীৰ চোৰাং বেহা৷ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত কর্মৰত ডাঃ ৰিচার্ড আব্রাহাম লৰেঞ্চ নামৰ চিকিৎসকজনে দীর্ঘদিন ধৰি কিড্নীৰ চোৰাং বেহা চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ অভিযোগ অনুসৰি ডাঃ ৰিচার্ডে গুৱাহাটী, ডেৰাডুন, ঝাৰখণ্ড, উত্তৰাখণ্ড, কলকাতা, দিল্লী, পুনেকে ধৰি বিভিন্ন স্থানত ৰোগীক