অৱশেষত ঘোষণা হ’ল অসম বিধানসভাৰ উপ নিৰ্বাচন(By Election)ৰ দিন । 30 অক্টোবৰত ৰাজ্যত অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । পাঁচটা সমষ্টিৰ বাবে অনুষ্ঠিত হ’ব উপ নিৰ্বাচন । 1 অক্টোবৰত জাৰি হ’ব অধিসূচনা । মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন হৈছে 8 অক্টোবৰ । 30 অক্টোবৰত নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাচত 2 নৱেম্বৰত হ’ব
Year: 2021
The pandemic has been a tough time for our furry friends. They have been unable to step out, take long walks and chase anything that interests them. All they have been doing is lounging and vying for your attention while you work from home. What you may have noticed during
কৃষক ইউনিয়নে ভাৰত বন্ধ আহ্বান জনোৱাৰ দিনাই লখিমপুৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিলে এ আই টি চি ইউ আৰু নিখিল ভাৰত কৃষক সভাই । তিনিখন কৃষি আইন বাতিল কৰা, বিদ্যুৎ সংশোধনী বিল বাতিল কৰা আৰু ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰাৰ দাবীত সোমবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সংগঠন দুটাই । এই প্ৰতিবাদী
কমতাপুৰ স্বায়ত্ব শাসিত পৰিষদৰ শপত গ্ৰহণক লৈ আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ ক্ষোভ । আদালতৰ ৰায়ক অৱমাননা কৰি চৰকাৰখনে পলাই পিচ দুৱাৰেদি অবৈধভাৱে শপত গ্ৰহণ কৰালে । পৰিষদৰ দায়িত্বত থকা বিশেষ দুজন ব্যক্তিৰ লগতে আন কেইবাজনো লোক KAC ৰ বাহিৰৰ লোক বুলি বিস্ফোৰক অভিযোগ তুলিছে বিশ্বজিৎ ৰায়ে ।
অৱশেষত ৰাজ্য তথা দেশ কঁপোৱা নন্দিতা শইকীয়া হত্যাকাণ্ডৰ চাৰ্জশ্বিট দাখিল ৷ এই হত্যাকাণ্ড সন্দৰ্ভত ৪০০ পৃষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰিলে ধেমাজি আৰক্ষীয়ে ৷ সোমবাৰে ধেমাজি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ ৩৬ দিনৰ পিছত এই চাৰ্জশ্বিট দাখিল কৰে ধেমাজিৰ আদালতত ৷ এই চাৰ্জশ্বিটত আছে হত্যাকাৰী ধেমাজি মৰিধল মহাবিদ্যালয়ৰ যুৱ কৰ্মচাৰী ৰিণ্টু শৰ্মা বিৰুদ্ধে