Month: November 2022

নিজে নিজৰ চিকিৎসা নকৰিব

নিজে নিজৰ চিকিৎসা নকৰিব

কেইদিনমান আগতে দূৰণিবটীয়া বিয়া এখনলৈ গৈছিলোঁ৷ বাছত খিৰিকীৰ কাষৰ আসনত বহি চকু মুদি গৈ আছেছা একান্তমনে৷ হঠাতে কাণত পৰিল ওচৰতে বহা মানুহ দুজনৰ কথোপকথন৷ এনেয়ে হ’লে মন নকৰিলোঁহেঁতেন, কিন্তু ডাক্তৰ আৰু ঔষধ শব্দকেইটা শুনি কিনো কথা শুনিবৰ মন গ’ল৷ কথাখিনি আছিল এনেধৰণৰ– বৰুৱা কেইবাদিনো কামলৈ অহা নাই, কি কথা৷ ইজনে

আৱেগ–অনুভূতিবোৰ বুজোঁ আহক

আৱেগ–অনুভূতিবোৰ বুজোঁ আহক

আৱেগ–অনুভূতিবোৰ আমাৰ সম্পূর্ণ নিজা সম্ভাৰ ৷ আৱেগ–অনুভূতিয়ে মানুহক চিৰ নতুন, প্রাণচঞ্চল আৰু সৃষ্টিকামী কৰি ধৰি ৰাখিছে৷ জীৱ–জন্তুৰ মাজতো আৱেগ–অনুভূতি আছে, কিন্তু ই একেবাৰে আদিম অৱস্থাত আছে৷ বহু সময়ত দেখা যায় মানুহৰ চিৰ সাহচর্য এই আৱেগ–নুভূতিয়ে মানুহৰ এনে অথন্তৰ কৰে যে ই যথেষ্ট চিন্তাজনক হৈ পৰে৷ এইক্ষেত্রত এই আৱেগবোৰৰ বিষয়ে এক

ঘৰুৱা চিকিৎসা আৰু প্রচলিত বিশ্বাস

ঘৰুৱা চিকিৎসা আৰু প্রচলিত বিশ্বাস

গীতিমালিকা নেওগ পৃথিৱীৰ সকলো ঠাইতেই বিভিন্ন ৰোগত ঘৰুৱা ঔষধ–পাতি ব্যৱহাৰৰ এটা প্রচলিত নিয়ম আছে৷ পৰম্পৰাগতভাৱে চলি অহা এই নিয়মবোৰ কবিৰাজী ঔষধ বা জনবিশ্বাস হিচাপে গৰিষ্ঠসংখ্যক মানুহে গ্রহণ কৰি আহিছে৷ অৱশ্যে আধুনিক চিকিৎসাক দোহাই দি এই সকলো নিয়ম উলাই কৰিবও নোৱাৰি৷ কিয়নো বহু ঘৰুৱা ঔষধৰ অনেক গুণো আছে৷ ইয়াৰ মাজতো প্রচলিত

স্বাস্থ্য ৰক্ষাত কেঁচা কঁঠাল

স্বাস্থ্য ৰক্ষাত কেঁচা কঁঠাল

ডাঃ ৰেইনী দেৱী পকা কঁঠাল যিদৰে সকলোৰে প্রিয় ঠিক সেইদৰে কঁঠালৰ মুচি বা কঁঠাল গছৰ কেঁচা অপৈণত ফলৰ আঞ্জা বহুতৰে প্রিয়৷ কেঁচা কঁঠাল প্রধানকৈ ৰন্ধন প্রকৰণত ব্যৱহূত হয়৷ কেঁচা কঁঠালৰ আঞ্জাখনৰ সোৱাদ মাংসৰ জোলতকৈও সুন্দৰ হয়৷ সেয়েহে হয়তো কঁঠালৰ আঞ্জা নিৰামিষভোজীসকলৰ খুবেই প্রিয় ব্যঞ্জন৷ ভাৰতৰ বিভিন্ন ঠাইত কেঁচা কঁঠাল বিভিন্ন