Month: November 2022

দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ! নাৰায়ণপুৰত আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান

দীপলিনা ডেকালৈ শিলগুটি নিক্ষেপ! নাৰায়ণপুৰত আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান

নাৰায়ণপুৰৰ ৰাসত অপ্ৰীতিকৰ পৰিস্থিতি। আধাতে বন্ধ কৰিবলগীয়া হ’ল ৰাসৰ অনুষ্ঠান। উক্ত অনুষ্ঠানত উপস্থিত আছিল জনপ্ৰিয় কণ্ঠশিল্পী দীপলিনা ডেকাও। সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসি, টেঙাপথাৰত আয়োজিত ৰাসোৎসৱৰ অনুষ্ঠানৰ মাজতে সংঘটিত হয় অপ্ৰীতিকৰ পৰিস্থিতি। অনুষ্ঠানত মাজতে একাংশ উদণ্ড লোকে শিল্পীলৈ লক্ষ্য কৰি শিলগুটি নিক্ষেপ কৰে। যাৰ ফলত এক হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হয়

স্তন প্রদাহ

স্তন প্রদাহ

মষ্টাইটিছ হৈছে যুৱতী বা মহিলাৰ বুকু প্রদাহিত হোৱা একপ্রকাৰ ৰোগ৷ কেৱল যদি স্তনযুগল বা যিকোনো এটি প্রদাহিত হয়, তেন্তে তাক পেৰেনকাইমেটাছ মেষ্টাইটিছ বোলা হয়৷বহুতো বাহ্যিক বা আভ্যন্তৰীণ কাৰণত স্তনৰ প্রদাহ হ’ব পাৰে৷ কিছুমান চর্মৰোগ বিশেষকৈ বিসর্প, এৰিথিমা, কাউৰ ঘা, প্রুৰিগ’ৰ আক্রমণ, স্তন বন্ধনিৰ ঘর্ষণ, ফোঁহোৰা, অগ্ণিদাহ, স্তনত আঘাত লগা, স্তনত

কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে অথচ কোনোৱে ধৰালৈ আহিয়েই বহন কৰে দৰিদ্ৰতা-যন্ত্ৰণা, গৰ্ভ গীতাই কৈছে কিয় এনে হয়?

কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে অথচ কোনোৱে ধৰালৈ আহিয়েই বহন কৰে দৰিদ্ৰতা-যন্ত্ৰণা, গৰ্ভ গীতাই কৈছে কিয় এনে হয়?

জীৱন মানেই সুখ আৰু দুখৰ সমষ্টি। কিন্তু সংসাৰত এনে কিছুমান মানুহ থাকে যিসকল জন্মৰ পৰাই বিভিন্ন সমস্যাত জৰ্জৰিত হৈ থাকে। তেওঁলোকক আধুনিক ভাষাত দিব্যাংগ বুলি কয়। কোনোৱে জন্মৰ পৰাই আৰু কোনোৱে জীৱনৰ আদবাটতে এনে সমস্যা পৰে। এয়া স্বাভাৱিকতে অতি কৰুণ কথা। ইয়াৰ লগতে কোনোবাই জন্মতে সোণৰ চামুচ লৈ জন্মগ্ৰহণ কৰে,