গুৱাহাটীত পুনৰ মাৰণাস্ত্ৰসহ গ্ৰেপ্তাৰ হ’ল দু্ৰ্ধৰ্ষ অপৰাধী গলকটা বাবু

1 min read

অপৰাধীৰ বিৰুদ্ধে শেহতীয়াকৈ মহানগৰ আৰক্ষীয়ে কঠোৰ স্থিতি লোৱাৰ মাজতে ৰাজগড়ৰ নবীন নগৰৰ পৰা মাৰাণাস্ত্ৰ সহ কৰায়ত্ব হয় এজন দুৰ্ধৰ্ষ অপৰাধী ৷

ধৃত যুৱকজনৰ নাম Rafiqul Islam ওৰফে গলকাটা বাবু ৷

You May Also Like

More From Author