পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যান-বাহনৰ গতিবেগ নিৰ্ধাৰণ কৰি চূড়ান্ত অনুমোদন জনাইছে ৰাজ্যিক কেবিনেটে৷ উল্লেখযোগ্য যে পূৰ্বে যান-বাহনৰ গতিবেগত কেবিনেটে অনুমোদন জনাই ৰাইজৰ মতামত গ্ৰহণ কৰিছিল৷ মতামত গ্ৰহণ কৰাৰ অন্তত আজি দিছপুৰত অনুষ্ঠিত কেবিনেটত ফ’ৰলেন হাইৱে’, ৰাজ্যিক ঘাইপথ আৰু পৌৰসভা এলেকাত যান-বাহনৰ গতিবেগত চূড়ান্ত অনুমোদন জেনাৱা হৈছে৷ কেবিনেটে চাহ বাগিচাত নিৰ্মাণ
Year: 2022
ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ ভাইৰেল হৈ পৰে য’ত হঠাতে এটা পেট্ৰ’ল পাম্পত ঘোষণা কৰা হয় যে ইয়াত বিনামূলীয়াকৈ পেট্ৰ’ল উপলব্ধ হ’ব, এনে কিবা এটা ঘটি যোৱাৰ পিছত যিটো ভাইৰেল হৈছিল।শেহতীয়াকৈ, কেন্দ্ৰীয় চৰকাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত জনসাধাৰণক কিছু সকাহ দিছে। চৰকাৰে শনিবাৰে পেট্ৰ’ল আৰু ডিজেলৰ ওপৰত আবকাৰী শুল্ক ক্ৰমান্বয়ে ৮
গোলাঘাট বেবেজীয়া কাণ্ডৰ মূল অভিযুক্ত হত্যাকাৰী নাজিদুল হুছেইনৰ ফাঁচীৰ দাবীত আজি গোলাঘাটত বিভিন্ন দল-সংগঠনৰ লগতে বেবেজীয়াবাসীয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ৰূপায়ণ কৰা প্ৰতিবাদত প্ৰতিবাদকাৰীয়ে শীঘ্ৰেই নাজিদুলক ফাঁচী দিয়া আৰু অসম পুলিচ হায় হায় ধ্বনিৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে অসম পুলিচৰ প্ৰতি
A proud moment for Assam. Singer and composer Angaraag Mahanta (Papon) and singer-music producer and Chairman of Assam Film State Film Finance And Development Corporation, Simanta Shekhar, and the team from Assam have arrived at the Cannes Film Festival. Papon will represent India and his home state Assam at the
নগাঁও জিলাৰ চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰিৰ সংযোগী মূল পথটো বিগত বহুদিন ধৰি বিধ্বস্ত হৈ পৰিছে । যাৰ ফলত আজি স্থানীয় ৰাইজে পথটো মেৰামতি বা পুনৰ নিৰ্মাণ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ বিগত বহু দিন ধৰি চামগুৰি ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা উদমাৰী আৰু কঁঠালগুৰি সংযোগী গড়কাপ্তানী বিভাগৰ