Month: January 2023

‘অনুৰ’ মুক্তিৰ বাবে ছবিগৃহ বিচাৰি পোৱা নাই প্ৰযোজক-পৰিচালকে

‘অনুৰ’ মুক্তিৰ বাবে ছবিগৃহ বিচাৰি পোৱা নাই প্ৰযোজক-পৰিচালকে

ডাঃ গােপেন্দ্র মােহন দাসৰ শিৱম ক্রিয়েচনৰ প্রযােজনাত একাদিক্রমে ‘কেকটাচ’ আৰু ‘কানীন’ নামৰ দুখন চলচ্চিত্র নির্মাণৰ পাছত বিশিষ্ট সাহিত্যিক, সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ এটি চুটি গল্পৰ আধাৰত যুৱ পৰিচালক মঞ্জুল বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত ‘অনুৰ'(Eyes on the Sunshine) চলচ্চিত্রখনৰ মুক্তিক লৈ বিপাঙত পৰিছে টীম অনুৰ। এই চলচ্চিত্ৰখন ২৭ জানুৱাৰীত চিত্ৰগৃহলৈ অহাৰ কথা

বলীউডত অসমীয়াৰ দপদপনি; চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগন্ত হাজৰিকাই

বলীউডত অসমীয়াৰ দপদপনি; চলচ্চিত্ৰত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দিগন্ত হাজৰিকাই

‘পাঠান’ত শ্বাহৰুখ খান, জন আব্ৰাহমৰ লগত অভিনয় কৰাৰ সুযোগ পালে অসমৰ দিগন্ত হাজৰিকাই৷ ছবিখনৰ মুক্তিৰ এদিন পূৰ্বে শ্বাহৰুখ-দীপিকাৰ সৈতে ছ’চিয়েল মিডিয়াত ফটো শ্বেয়াৰ হ’ল দিগন্তৰ৷ উল্লেখ্য যে বলীউডত এয়া প্ৰথম খোজ নহয় দিগন্তৰ৷ ইয়াৰ পূৰ্বে ২০১৬ চনত মুক্তি লাভ কৰা হৃত্বিক ৰোচনৰ সৈতে মহেঞ্জোদাৰোত অভিনয় কৰাৰ সুযোগ পাইছিল অভিনেতাজনে৷ মহেঞ্জোদাৰোত

‘পাঠান’ মানে ‘মোগল’ ‘মোগল’ মানে ‘পাঠান’ :ৰূপজ্যোতি কৰ্মী

‘পাঠান’ মানে ‘মোগল’ ‘মোগল’ মানে ‘পাঠান’ :ৰূপজ্যোতি কৰ্মী

মই ভাওনা কৰিলে শ্বাহৰুখৰ পাঠানতকৈ বেছি মানুহ আহে৷ পাঠানক লৈ আকৌ মুখ খুলিলে ৰূপজ্যোতি কুৰ্মীয়ে। মোগলৰ লগত সম্পর্ক থকাসকলেহে ‘পাঠান’ চাইছে :ৰূপজ্যোতি কৰ্মী ‘পাঠান’ মানে ‘মোগল’ ‘মোগল’ মানে ‘পাঠান’ :ৰূপজ্যোতি কৰ্মী

‘মই ভাওনা কৰিলে শ্বাহৰুখৰ পাঠানতকৈ বেছি মানুহ আহে’ : ৰূপজ্যোতি কুৰ্মী

‘মই ভাওনা কৰিলে শ্বাহৰুখৰ পাঠানতকৈ বেছি মানুহ আহে’ : ৰূপজ্যোতি কুৰ্মী

মই ভাওনা কৰিলে শ্বাহৰুখৰ পাঠানতকৈ বেছি মানুহ আহে৷ পাঠানক লৈ আকৌ মুখ খুলিলে ৰূপজ্যোতি কুৰ্মীয়ে। মোগলৰ লগত সম্পর্ক থকাসকলেহে ‘পাঠান’ চাইছে : ৰূপজ্যোতি কৰ্মী ‘পাঠান’ মানে ‘মোগল’ ‘মোগল’ মানে ‘পাঠান’

যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি!

যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি!

যৌন শিক্ষাৰ অভাৱৰ বাবে বিবাহোত্তৰ সম্পৰ্কত অস্বস্তি! বিশেষজ্ঞ পল্লৱী বাৰ্নৱালে দিছে সমাধান যৌন শিক্ষা বা যৌনজ্ঞান সকলোৰে মাজত নাথাকে। আমাৰ সমাজত বিবাহলৈকে এগৰাকী নাৰী ‘ভাৰ্জিন’ বা কুমাৰী হৈ থকাৰ প্ৰত্যাশা ৰখা হয়। এনেকুৱাত নিৰুদ্বেগতাই বহু সময়ত একাংশক এই সন্দৰ্ভত সংকুচিত কৰি ৰাখে। এনে সংকুচনৰ প্ৰভাৱ পৰে বৈবাহিক সম্পৰ্কতো। এনেক্ষেত্ৰত কেনেকৈ