Breaking: বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।

1 min read

🛑 বাতিল হ’ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ বিজ্ঞান বিষয়ৰ পৰীক্ষা।
🛑 ছ’চিয়েল মিডিয়াত প্ৰশ্নকাকত ভাইৰেল হোৱাৰ পিছতে এই সিদ্ধান্ত ছেবাৰ।
🛑 ১৩ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া বিজ্ঞান বিষয়ৰ পৰীক্ষাৰ পৰৱৰ্তী তাৰিখ শীঘ্ৰেই ঘোষণা কৰিব ছেবাই ।

You May Also Like

More From Author