Month: March 2023

কেনেকৈ আঁতৰাব দেহত জমা হোৱা অপ্ৰয়োজনীয় পদাৰ্থ

কেনেকৈ আঁতৰাব দেহত জমা হোৱা অপ্ৰয়োজনীয় পদাৰ্থ

বেয়া খাদ্যাভ্যাস আৰু বৰ্তমানৰ জীৱনশৈলীৰ বাবে আপোনাৰ শৰীৰত অপ্ৰয়োজনীয় পদাৰ্থ জমা হয়৷ এনে অপ্ৰয়োজনীয় পদাৰ্থই মূলতঃ মানুহৰ দেহ মনত বিৰূপ প্ৰভাৱ পেলায়৷ বেয়া খাদ্যাভ্যাস, অত্যাধিক মানসিক চাপ, প্ৰদূষণ, ধূমপান, সূৰাপান আৰু বৰ্তমানৰ জীৱনশৈলীৰ ফলত ইয়াৰ মাত্ৰা বৃদ্ধি পায়৷ স্বাস্থ্য আৰু ফিটনেছৰ প্ৰতি সচেতনতাৰ অভাবৰ ফলত আপুনি মধুমেহ, থাইৰয়ড, উচ্ছ ৰক্তচাপ

সৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

সৌন্দৰ্য চৰ্চাত ক্ষতি কৰা কেইটামান প্ৰাকৃতিক উপাদান

প্ৰাচীন কালৰ পৰা সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হৈ আহিছে৷ প্ৰাকৃতিক উপাদানসমূহে ছালৰ কোনো ক্ষতি নকৰে বুলি থকা ধাৰণাৰ বাবেই আজিৰ আধুনিক যুগতো সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত প্ৰাকৃতিক উপাদানৰ ব্যৱহাৰ হ্ৰাস পোৱা নাই৷ কিন্তু প্ৰাকৃতিক উপাদানে সৌন্দৰ্য চৰ্চাৰ ক্ষেত্ৰত যিমানেই ভাল ফল নিদিয়ক কিয়, এইক্ষেত্ৰত সাৱধান হোৱাটো জৰুৰী৷ কাৰণ, পৰিৱেশ

ভাইৰেল হোৱাৰ পিছত আজৰি নাই কৰিশ্মাৰ, চ’ত মাহত এদিনো খালী নাই কৰিশ্মা

ভাইৰেল হোৱাৰ পিছত আজৰি নাই কৰিশ্মাৰ, চ’ত মাহত এদিনো খালী নাই কৰিশ্মা

ছচিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পিছতে এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা নাগাৰা নামৰ প্ৰদৰ্শনৰ বাবে কৰিশ্মা নাথলৈ আহিছে আমন্ত্ৰণ। কৰিশ্মাৰ নাগাৰা নাম চাবলৈ এতিয়া অধীৰ আগ্ৰহেৰে ৰৈ থাকে হাজাৰ হাজাৰ দৰ্শক। বিশেষকৈ ভাইৰেল হোৱা সেই নামটো চাবলৈ ভিৰ কৰেহি দৰ্শকে। এটা সৰু ভিডিঅ’ ক্লিপ ভাইৰেল হোৱাৰ পিছতে অতি জনপ্ৰিয় হৈ পৰিছে

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে….

ওঁঠ ক’লা পৰাটো এইবোৰ সমস্যাৰ লক্ষণ হ’ব পাৰে….

বিভিন্ন কাৰণত বহুতৰে ওঁঠৰ ৰঙৰ পৰিৱৰ্তন ঘটে৷ ইয়াৰ ভিতৰত ধুমপান হৈছে এটা অন্যতম কাৰণ৷ তদুপৰি ওঁঠৰ সঠিকভাৱে যতন নল’লেও ৰঙৰ পৰিৱৰ্তন ঘটিব পাৰে৷ কিন্তু ওঁঠৰ ৰং সলনি হোৱাটোক বহুতে গুৰুত্ব নিদিয়ে৷ পিছে, জানি থোৱা ভাল যে ওঁঠ কলা পৰাটো বিভিন্ন শাৰীৰিক সমস্যাৰ লক্ষণো হ’ব পাৰে৷ উল্লেখ কৰা হ’ল কি কি

ওজন কমাবলৈ দৈনিক কিমান খোজকঢ়া উচিত?

ওজন কমাবলৈ দৈনিক কিমান খোজকঢ়া উচিত?

দেহৰ ক্ৰমবদ্ধৰ্মান ওজন হ্ৰাস কৰিবলৈ বহুতে বিভিন্ন উপায় অৱলম্বন কৰে, তাৰ ভিতৰত খোজ কঢ়াটো অন্যতম৷ নিজকে সুস্থ আৰু ফিট কৰি ৰাখিবলৈ খোজ কঢ়াৰ অভ্যাস অন্যতম উপায়৷ বিশেষকৈ খোজ কাঢ়িলে পেট আৰু কঁকালৰ চৰ্বি কমে৷ সেয়ে পুৱা আৰু নিশা খাদ্য গ্ৰহণৰ পাছত চিকিৎসকে কিছুসময় খোজ কাঢ়িবলৈ পৰামৰ্শ আগবঢ়ায়৷ কিন্তু এইখিনিতে প্ৰশ্নৰ