Month: March 2023

বঙাইগাঁৱৰ এই ঐতিহাসিক দৌলোৎসৱৰ বিষয়ে আপুনি জানেনে?

বঙাইগাঁৱৰ এই ঐতিহাসিক দৌলোৎসৱৰ বিষয়ে আপুনি জানেনে?

প্ৰদূষণ, কোলাহল আদিৰে ভৰা অস্থিৰ পৃথিৱীৰ ‌পৰা আঁতৰি শান্ত আৰু নিৰ্মল পৰিবেশত বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ সস্তৰত আই নৈৰ পাৰত নীৰৱে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ বহি আছে পালনকৰ্তা ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ, শেষ নাগ অৱতাৰ শ্ৰী লক্ষ্মণ আৰু দেৱী লক্ষ্মীৰ অৱতাৰ মাতা সীতা দেৱী। লোক কথা অনুসৰি, স্থানীয় আশ্ৰম এখনৰ

টীয়কৰ ৰাজপথত এতিয়া ধূলিৰ ধুমুহা; অস্বাস্থ্যকৰ পৰিবেশত দিন পাৰ কৰিছে নগৰবাসীয়ে l

টীয়কৰ ৰাজপথত এতিয়া ধূলিৰ ধুমুহা; অস্বাস্থ্যকৰ পৰিবেশত দিন পাৰ কৰিছে নগৰবাসীয়ে l

টীয়ক নগৰলৈ আহিবলৈ এতিয়া ভয় খাইছে সাধাৰণ ৰাইজে।কাৰণ টীয়কৰ ৰাজপথত ফাগুনৰ মলয়াৰ ঠাইত বলিছে ধূলিৰ ধুমুহা। নিৰ্মাণত অৱস্থাত থকা চাৰিলেনযুক্ত পথে ইতিমধ্য বছৰ বছৰ ধৰি জলাকলা খুৱাইছে ৰাইজক।এতিয়া ফাগুন মাহ। এই ফাগুন মাহ এতিয়া টীয়কবাসীৰ বাবে অভিশাপত পৰিণত হৈছে।ফাগুনৰ বতাহে সকলোকে উন্মনা কৰাৰ সময়ত কিন্তু ফাগুনৰ মলয়া এতিয়া কাললৈ পৰিবৰ্তন

আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দাবীত ১২ঘন্টীয়া কৰ্মবিৰতি।

আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ দাবীত ১২ঘন্টীয়া কৰ্মবিৰতি।

আসাম ষ্টেট আউটচ’ৰ্চ পাৱাৰ ৱকাৰ্চ ইউনিয়নৰ উদ্যোগত অস্থায়ী বিদ্যুৎ কৰ্মচাৰীৰ চাকৰি নিয়মীয়াকৰণ আৰু ১১দফীয়া দাবী চনদ পূৰণৰ দাবীত আজি নাজিৰাৰ অসম শক্তি বিতৰণ লিমিটেডৰ সন্মূখত ১২ঘন্টীয়া কৰ্মবিৰতি পালন কৰে কৰ্মচাৰীসকলে। তেওঁলোকৰ দাবী: ১/অসম চৰকাৰে ঘোষণা কৰা ৫০০০ পদত অস্থায়ী কৰ্মচাৰীক অগ্ৰাধিকাৰ দিয়া ব্যবস্থা কৰক। ২/কোনো বাছনি নোহোৱাকৈ verification ৰ মাধ্যমেৰে

নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত কংগ্ৰেছৰ প্ৰতিবাদ

নাজিৰাৰ এল আই চি কাৰ্য্যালয়ৰ সন্মুখত আজি প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন অসম প্ৰদেশ কংগ্ৰেছ কমিটী নাজিৰা নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীৰ। প্ৰতিবাদী কাৰ্য্যসূচীত অংশ গ্ৰহণ নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলপতিৰ। বিত্তীয় প্ৰৱঞ্চনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন অসম প্ৰদেশ কংগ্ৰেছ কমিটী নাজিৰা নগৰ আৰু গ্ৰাম্য ব্লক কংগ্ৰেছ কমিটীৰ। ‘আচ্ছেদিন’,

শিশুৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ বুধবাৰৰ দিনা এই-৫টা কাম কৰক

শিশুৰ পঢ়া-শুনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰিবলৈ বুধবাৰৰ দিনা এই-৫টা কাম কৰক

প্ৰায়ে বহু শিশুৱে পঢ়া-শুনা কৰিবলৈ বা একাগ্ৰতাৰ অভাৱ অনুভৱ নকৰে-গতিকে বুধবাৰে কিছুমান-বিশেষ ব্যৱস্থা গ্ৰহণ কৰিলে-এই সমস্যাৰ পৰা সকাহ পোৱা যায়।( Religious Studies) গণপতি বাপ্পা পূজাৰ বাবে-বুধবাৰৰ দিনটো উত্তম বুলি গণ্য কৰা হয়।ভগৱান শ্ৰী গণেশক ৰিদ্ধি-সিদ্ধি আৰু প্ৰজ্ঞাৰ দেৱতা বুলি গণ্য কৰা হয়।ভগৱান শ্ৰী গণেশক পূজা কৰিলে-কেৱল কষ্ট দূৰ হোৱাই নহয়,জ্ঞানো