নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–নগাঁও কলেজ(অট’নমাচ)ৰ ইক’ক্লাৱ আৰু এন.এছ.এছ. গোটৰ উদ্যোগত আৰু আভ্যন্তৰীণ মানদণ্ড কোষৰ সহযোগত সোমবাৰে কলেজ চৌহদত হালধী গুড়ি,জেতুকাৰ গুড়ি,নাৰ্জি ফুলৰ ৰং,পিঠাগুড়ি,বীট,গাজৰ আদিৰ পৰা ৰং প্ৰস্তুত কৰি “দৌল উৎসৱ” ৰ প্ৰাকমুহূৰ্তত এক ব্যাপক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীৰ অংশস্বৰূপে প্ৰায় ডেৰ সহস্ৰাধিক ছাত্ৰ-ছাত্ৰীয়ে মানৱ শৃংখল সৃষ্টি কৰি ৰাসায়নিক পদাৰ্থৰে প্ৰস্তুত
Month: March 2023
বিগত কিছুদিন ধৰি জুবিন গাৰ্গক লৈ ইতিবাচক-নেতিবাচক সকলো মন্তব্যই দেখিবলৈ পোৱা গৈছে। জুবিন গাৰ্গক আৱেগ বুলিয়ে সকলোৱে গণ্য কৰি আহিছে। সমগ্ৰ অসমবাসীৰ বাবে তেওঁ এনে এজন ব্যক্তি, যাক এবাৰ মাত্ৰ চাবলৈ উৎফুল্লিত হৈ থাকে জনসাধাৰণ। যাৰ উপস্থিতিয়ে সকলোকে সমৃদ্ধ কৰি ৰাখে বুলি বহুতেই ভাবে। ফেচবুক একাউণ্টত নিজস্ব নামবোৰৰ আগত “ZG”
গুৱাহাটী টাইমছ, ৬ মাৰ্চঃ প্ৰেম এক স্বৰ্গীয় অনুভূতি। প্ৰেম মানেই ত্যাগ । কিন্তু মাৰ্ঘেৰিটাত প্ৰেমৰ নামত বীভৎসতা। ড্ৰাগছ আসক্ত ব্যৰ্থ প্ৰেমিকৰ আক্ৰমণত যুৱতি গুৰুতৰ ভাৱে আঘাতপ্ৰাপ্ত ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে সৰ্বত্ৰ। মৃত্যুৰ সৈতে যুঁজি আছে মাৰ্ঘেৰিটাৰ এগৰাকী যুৱতীয়ে । মাৰ্ঘেৰিটাৰ দিহিংৰ আকাশ দত্ত নামৰ যুৱকজনক । কিমান নিৰ্মম হ’লে দাৰে
কণমানি নিকুয়ে লাভ কৰিলে নতুন ঠিকনা। USTMৰ স্বত্বাধিকাৰী মহবুবুল হকৰ বদান্যতা। নিকুমণিৰ দায়িত্ব ল’লে হৃদয়বান মহবুবুল হকে। নিকুৰ নতুন ঠিকনা UNIVERSITY OF SCIENCE & TECHNOLOGY, MEGHALAYA ‘মই নিকুক বহুত ডাঙৰ মানুহ বনাই দিম’
অনিয়ম হোৱা সকলো কেন্দ্ৰৰ পৰীক্ষা বাতিলৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ