গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ সমস্যা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনে হাতত লৈছে আন এক কঠোৰ সিদ্ধান্ত৷ গুৱাহাটীত বাহিনী নৈৰ ওপৰত নিৰ্মিত ৮৯খন কংক্ৰিটৰ ব্ৰীজ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷
Month: March 2023
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহম্মদ ছাহাবুদ্দিনক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্রামী হিচাপে তেওঁৰ অৱদান
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ চিকিৎসা ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বিষয়টোক চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে স্বাস্থ্যসেৱা সহজ আৰু সুলভ কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি
উত্তৰ-পূৱৰ তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ শপতগ্রহণ কাৰ্যসূচীত অংশলোৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিব। শ্ৰী মোদী কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত
ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ পালন কৰা হৈছে। আজি প্ৰথম দিনা গোন্ধ যাত্ৰা পালন কৰা হ’ব। সন্ধিয়ালৈ