Month: March 2023

ভাঙি দিয়া হ’ব ৮৯ খন দলং।কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্য প্ৰশাসনৰ দৃঢ় স্থিতি

ভাঙি দিয়া হ’ব ৮৯ খন দলং।কৃত্ৰিম বানমুক্ত কৰাৰ উদ্দেশ্য প্ৰশাসনৰ দৃঢ় স্থিতি

গুৱাহাটী মহানগৰীৰ কৃত্ৰিম বানৰ ভয়াৱহ সমস্যা ৰোধ কৰিবলৈ এইবাৰ প্ৰশাসনে হাতত লৈছে আন এক কঠোৰ সিদ্ধান্ত৷ গুৱাহাটীত বাহিনী নৈৰ ওপৰত নিৰ্মিত ৮৯খন কংক্ৰিটৰ ব্ৰীজ ভাঙি পেলোৱাৰ সিদ্ধান্ত লৈছে প্ৰশাসনে ৷ পানীৰ প্ৰাকৃতিক প্ৰৱাহত বাধাৰ সৃষ্টি কৰা বুলি চিনাক্ত কৰি GMCৰ উপায়ুক্তই দাখিল কৰা বাহিনী নদীৰ ওপৰত ৮৯খন  দলঙৰ তালিকাক লৈ

বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনক প্রধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনক প্রধানমন্ত্ৰীৰ অভিনন্দন জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাংলাদেশৰ নতুন ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ বাবে মহম্মদ ছাহাবুদ্দিনক অভিনন্দন জ্ঞাপন কৰিছে। নিৰ্বাচিত ৰাষ্ট্ৰপতি মহম্মদ ছাহাবুদ্দিনলৈ প্ৰেৰণ কৰা এখন পত্ৰত প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা সংগ্রামী হিচাপে তেওঁৰ অৱদান আৰু এগৰাকী আইনজ্ঞ হিচাপে তেওঁৰ অভিজ্ঞতাৰ বিষয়ে স্মৰণ কৰি কয় যে, তেওঁৰ পৰৱৰ্তী কাম-কাজত এইসমূহে গুৰুত্বপূৰ্ণ অৰিহণাৰ সমল হিচাপে বিবেচিত

স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰীৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে দেশৰ চিকিৎসা ব্যৱস্থাক সহজলভ্য কৰি তোলাৰ বিষয়টোক চৰকাৰে সৰ্বাধিক অগ্ৰাধিকাৰ দিছে। তেওঁ কয় যে স্বাস্থ্যসেৱা সহজ আৰু সুলভ কৰি তোলাৰ ক্ষেত্ৰত প্ৰযুক্তিৰ ভূমিকা ক্ৰমান্বয়ে বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত স্বাস্থ্যখণ্ডত প্ৰযুক্তিৰ অধিক ব্যৱহাৰত গুৰুত্ব দিয়া হৈছে। প্ৰধানমন্ত্ৰীয়ে আজি স্বাস্থ্য আৰু চিকিৎসা গৱেষণা সন্দৰ্ভত এখন বাজেট উত্তৰ ৱেবিনাৰক

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উত্তৰ-পূৱলৈ আহিব প্ৰধানমন্ত্ৰী

দুদিনীয়া কাৰ্যসূচীৰে কাইলৈ উত্তৰ-পূৱলৈ আহিব প্ৰধানমন্ত্ৰী

উত্তৰ-পূৱৰ তিনিখন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ শপতগ্রহণ কাৰ্যসূচীত অংশলোৱাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে উত্তৰ পূৰ্বাঞ্চললৈ আহিব। শ্ৰী মোদী কাইলৈ দিনৰ ১০ বজাত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত পোনে পোনে মেঘালয়ৰ মুখ্যমন্ত্ৰীৰ শপত গ্রহণ অনুষ্ঠানত অংশগ্ৰহণৰ বাবে শ্বিলঙলৈ ৰাওনা হ’ব। উল্লেখযোগ্য যে, কনৰাড চাংমাই কাইলৈ ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হিচাপে

পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ

পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত পৰম্পৰাগত ৰীতি-নীতিৰে দৌল মহোৎসৱ আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত আজিৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে দৌল মহোৎসৱ পালন কৰা হৈছে। আজি প্ৰথম দিনা গোন্ধ যাত্ৰা পালন কৰা হ’ব। সন্ধিয়ালৈ সত্ৰৰ টুপৰ চোতালত গোঁসাইক মেজি পুওৱাৰ পাছতে দৌল মহোৎসৱ কাৰ্যসূচী আনুষ্ঠানিক ভাৱে আৰম্ভ হ’ব। মেজিৰ চৌপাশে ৭ পাক ঘূৰোৱাৰ পাছত