মংগলবাৰৰ দিনা-বীৰ হনুমানৰ বিশেষ পূজা অৰ্চনা কৰা হয়।মংগলবাৰৰ দিনা-বীৰ হনুমানৰ মন্ত্ৰৰ জাপ কৰিলে-বিশেষ লাভ হয়।এই মন্ত্ৰয়ে প্ৰতিটো কষ্টৰে পৰা মুক্তি দিয়ে।( Religious Studies) *মংগলবাৰৰ দিনা-মংগল গ্ৰহ আৰু বীৰ হনুমানৰ ওপৰত সমৰ্পিত হয়।মংগলবাৰৰ দিনা বিধি-বিধানেৰে পূজা-অৰ্চনা কৰিলে-ভক্তসকলে প্ৰতিটো সমস্যাৰ পৰা মুক্তি পায়।মংগলবাৰৰ দিনা-বজৰংগবলীক প্ৰসন্ন কৰিবলৈ-উত্তম মনা হয়।মংগলবাৰৰ দিনা কৰা উপায়ৰ দ্বাৰা
Month: March 2023
লক্ষ্মী-নাৰায়ণৰ ব্ৰতত দেৱী শ্ৰী লক্ষ্মী আৰু ভগৱান নাৰায়ণৰ সংযুক্ত স্বৰূপক পূজা কৰা হয়।এই পূজা কৰিলে ঘৰত-কেতিয়াও ধন-সম্পদৰ অভাৱ নহয়।শ্ৰী লক্ষ্মী-নাৰায়ণৰ ব্ৰতক দৰিদ্ৰতাক দূৰ কৰাৰ এক শুভ উপায় বুলিও কোৱা হয়।এই দিনা ঘৰত পূজা-পাঠৰ লগতে-যজ্ঞ আদি অনুষ্ঠান কৰিলেও সম্পন্নতাৰ দুৱাৰ মুকলি হয়।( Religious Studies) *লক্ষ্মী-নাৰায়ণৰ পূজা কেতিয়া কৰিব লাগে! *লক্ষ্মী-নাৰায়ণৰ ব্ৰত-তথা
আৰ্থিক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ-বুধবাৰৰ দিনা কৰিব লাগে এইসমূহ ব্যৱস্থা! ( Religious Studies ) বুধবাৰে কৰিব লাগে-এইসমূহ কাম- ১/যদি আপুনি ব্যৱসায়ত অগ্ৰগতি লাভ কৰা নাই,তেন্তে বুধবাৰে এটা পাত্ৰত বগা সুগন্ধি ফুলৰ গছ ৰোপণ কৰি অফিচৰ পূৱ দিশত ৰাখক।এই প্ৰতিকাৰে আপোনাৰ ব্যৱসায়ত লাভ হোৱাৰ উপৰিও বহু দূৰলৈ খ্যাতি বিয়পি পৰে। ২/যদি আপোনাৰ
গুৱাহাটীৰ পাঞ্জাবাৰী অঞ্চলৰ পৰা এগৰাকী নাবালিকাক ধৰ্ষণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছে এজন ৪৬ বছৰীয়া লোক। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এগৰাকী ১৪ বছৰীয়া নাবালিকাক এজন ৪৬ বছৰীয়া লোকে ধৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে। মহম্মদ বেটন আলী নামৰ লোকজনৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। খবৰ অনুসৰি, কিশোৰীগৰাকী বাসগৃহত অকলে থকাৰ সুযোগতে অভিযুক্ত
টীয়ক প্ৰেছ ক্লাবৰ ২৭ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি টীয়কৰ শিক্ষক ভৱনত দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন হয়। পুৱা স্মৃতি তৰ্পন কাৰ্যসূচীৰ শুভাৰম্ভ কৰে টীয়ক প্ৰেছ ক্লাৱৰ উপদেষ্টা নিৰ্মলেন্দু পাঠক আৰু চক্ৰ বিষয়া সৌভিক ভুঞাই। মুল কাযসূচী উদ্ধোধন কৰে যোৰহাট জিলাৰ উপায়ুক্ত পুলক মহন্তই। ইয়াৰ পিছতেই সংগীত শিল্পী শিক্ষক অশোক বৰাৰ মঙ্গলাচৰনে সভাৰ