Month: March 2023

নগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

নগাঁৱৰ বেবেজীয়া-জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানৰ ৩০বছৰীয়া দৌল উৎসৱ আৰম্ভ

থানৰ তোৰণ,কাৰ্যালয়ৰ দ্বাৰ আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন নিউজ ব্যুৰ’,নগাঁও,৬মাৰ্চ:–ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে আজিৰে পৰা চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে নগাঁও জিলাৰ বেবেজীয়াৰ সমীপৰ জামুগুৰিৰ সাৰ্বজনীন গৰখীয়া থানত দৌল মহোৎসৱৰ আৰম্ভ হৈছে । এক উৎসৱমুখৰ পৰিবেশত আজি পুৱা পোৱাল চন্দ্ৰ নাথ,ধেনুৰাম নাথ, ধনীৰাম নাথ আৰু গোলাপ নাথৰ দ্বাৰা পৰিবেশ নিকাকৰণৰ অন্তত গছপুলি ৰোপন

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী পুনৰ হত্যাকাণ্ড! স্বামীৰ প্ৰহাৰত নিহত হ’ল পত্নী; পলাতক ঘাতক স্বামী

গুৱাহাটী মহানগৰৰ পৰা পোহৰলৈ আহিছে আন এক জঘন্য ঘটনা। যোৱা ৫ মাৰ্চত মহানগৰীৰ ধীৰেণপাৰা অঞ্চলত এজন স্বামীয়ে পত্নীক প্ৰহাৰ কৰি হত্যা কৰা বুলি জানিব পৰা গৈছে। সংবাদ মাধ্যমৰ খবৰ অনুসৰি এই ঘটনা সংঘটিত হৈছে গুৱাহাটীৰ ধীৰেণপাৰাt। স্থানীয় লোকৰ মতে স্বামীয়ে পত্নীক আক্ৰমণ কৰে। আৰক্ষীৰ তথ্য অনুসৰি অভিযুক্ত স্বামীৰ নাম নুৰুল

গৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

গৌৰৱান্বিত অসম: গুজৰাটৰ বিৰুদ্ধে মহিলা আই পি এলত অভিষেক অসমৰ জিন্টিমণি কলিতাৰ

আৰম্ভ হল বহু প্ৰত্যাশিত মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। ৪ মাৰ্চ বৃহস্পতিবাৰে লীগৰ প্ৰথম খন খেলতে গুজৰাট জায়েন্টছৰ বিৰুদ্ধে মহিলা ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত অভিষেক ঘটা অসমৰ জিন্টিমণি কলিতাই শক্তিশালী প্ৰদৰ্শন আগবঢ়াই নিজৰ লগতে ৰাজ্যখনক গৌৰৱান্বিত কৰে। অসমৰ ২২ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে মহিলা আই পি এল ২০২৩ ছিজনৰ বাবে মুম্বাই ইণ্ডিয়ানছৰ দলত

চাঞ্চল্যকৰ: শিৱসাগৰত যৌন নিৰ্যাতনৰ বলি ১৯ বছৰীয়া যুৱতী, তদন্তত আৰক্ষীৰ গাফিলতিৰ অভিযোগ

চাঞ্চল্যকৰ: শিৱসাগৰত যৌন নিৰ্যাতনৰ বলি ১৯ বছৰীয়া যুৱতী, তদন্তত আৰক্ষীৰ গাফিলতিৰ অভিযোগ

শিৱসাগৰ: নামতি চাৰিআলিৰ বাবুল আলী নামৰ এগৰাকী ব্যৱসায়ীযে ১৯ বছৰীয়া কিশোৰীক যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন উঠিছে। শিৱসাগৰৰ নামতিত সংঘটিত হৈছে এই ঘটনা। খবৰ অনুসৰি ভুক্তভোগী কিশোৰীগৰাকী যৌন আৰু মানসিক নিৰ্যাতনৰ বলি হৈছিল। ইপিনে পৰিয়ালৰ লোকে দাবী কৰিছে যে আৰক্ষীয়ে যাৱতীয় ব্যৱস্থা আৰু গোচৰটো গুৰুত্বসহকাৰে লোৱা নাই। আৰক্ষীয়ে অভিযুক্তক সুৰক্ষা দিয়াৰ

যদি আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীণ লেতেৰা হৈছে তেন্তে ইয়াক এনেদৰে পৰিষ্কাৰ কৰক, ফোনটো আকৌ হৈ পৰিব একেবাৰে নতুন

যদি আপোনাৰ স্মাৰ্টফোনৰ স্ক্ৰীণ লেতেৰা হৈছে তেন্তে ইয়াক এনেদৰে পৰিষ্কাৰ কৰক, ফোনটো আকৌ হৈ পৰিব একেবাৰে নতুন

স্মাৰ্টফোনে আজিকালি মানুহৰ ব্যক্তিত্ব উত্থাপন কৰে। সন্মুখত ৰৈ থকা ব্যক্তিজনৰ অৱস্থা কেনেকুৱা সেয়া তেওঁৰ ফোন চায়ে ধৰিব পাৰিব। মানুহে বহু ভাবিগুণী এটা ভাল মোবাইল ফোন লয়। মোবাইল কিনাৰ পিছতো ইয়াৰ বাবে অহৰহ যত্নৰ প্ৰয়োজন। যদি আপুনি স্মাৰ্টফোনটোৰ যত্ন লোৱা নাই, তেন্তে হয় ই সোনকালে ক্ষতিগ্ৰস্ত হব, নহয় সময়ৰ আগতেই ইয়াক