সদায়ে খংত থকা-শনিদেৱৰ কেতিয়াও বিয়া কৰাৰ ইচ্ছা নাছিল।সেইবাবে তেওঁ বিয়া কৰাবলৈ মানা কৰিলে। ( Religious Studies ) কিন্তু শনিদেৱৰ পিতৃ সূয্যদেৱৰ শনিদেৱৰ বিয়া পাতিবলৈ বিচাৰিছিল।সেইবাবে সূয্যদেৱে শনিদেৱৰ বিবাহ এক গন্ধৰ্ব কন্যা ধামিনী লগত কৰি দিলে। নিজৰ পিতৃৰ আজ্ঞা পালন কৰি-শনিদেৱেও বিবাহ কৰালে।কিন্তু তেওঁ ধামিনীক মনৰ পৰা নিজৰ পত্নী স্বীকাৰ কৰা নাছিল। ধামিনী-
Month: March 2023
কাৰ্তিক পূৰ্ণিমা দিনা সন্ধ্যা ভগৱান শ্রী বিষ্ণুয়ে মৎস্য অৱতাৰ লৈছিল। আৰু আন এটা মান্যতা অনুসৰি কাৰ্তিক পূৰ্ণিমাৰ দিনাই ভগৱান শিৱই ত্ৰিপুৰাচুৰ নামৰ এটা অসুৰক বধ কৰিছিল। সেয়ে এই পূৰ্ণিমাত দ্বীপ দান কৰাৰ পৰম্পৰা আছে। যিদিনা চন্দ্র গ্ৰহণ হব। এই পূৰ্ণিমাৰ দিনা বিশেষ ভাৱে মা লক্ষ্মীৰ আৰাধনা কৰা হয়। মা লক্ষ্মীৰ
ৰাজ্যত আজিৰে পৰা আৰম্ভ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা। নাজিৰাৰ উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়তো কেইবাখনো বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আহি এই পৰীক্ষাকেন্দ্ৰটোত অৱতীৰ্ণ হৈছে।সকলো নীতি-নিয়ম মানি অনুষ্ঠিত হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষা অনুষ্ঠিত হয়। নাজিৰাৰ এই পৰীক্ষা কেন্দ্ৰটোত অৱতীৰ্ণ হৈছে প্ৰায় ৩,২৫৩ জন ছাত্ৰ-ছাত্ৰী । পুৱাৰ ভাগৰ পৰাই পৰীক্ষা কেন্দ্ৰটোত গঢ়ি তোলা হৈছে কট-কটীয়া
উত্তৰ খৃষ্টানপাৰা উদীয়মান কৃষক দীপক মেধিৰ প্ৰায় ২০ বিঘা কৃষিভূমিত ওদালগুৰিৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা যোগান ধৰা সৰিয়হৰ বীজ পৰীক্ষামূলক খেতি কৰি লাভান্বিত কৃষক দীপক মেধি | কৃষক সকল নিৰ্ভৰশীল নিজৰ খেতিডৰাৰ ওপৰত | খেতি ভাল হোৱা মানে খেতিয়ক সকলৰ আয় বৃদ্ধি হোৱা | কিন্তু বিভিন্ন সময়ত দেখিবলৈ পোৱা যায়
গছ ধ্বংসত নামিছে ৰঙিয়া পৌৰসভা । অৰ্ধ শতিকা পূৰণি গছৰ পৰা পথৰ দাঁতিত থকা সকলো গছ কাটি ধ্বংসযজ্ঞ পাতিছে ৰঙিয়া পৌৰসভা কাৰ্যালয়ে । ৰঙিয়াত প্ৰকৃতিৰ বুকুত পৌৰসভাৰ হাতোৰা । নগৰ উন্নয়নৰ নামত কাটি তহিলং কৰিলে ৰঙিয়াবাসীৰ চিৰ পৰিচিত গছ সমূহ । ক্ষোভ উজাৰিলে প্ৰকৃতি প্ৰেমী সমাজ সচেতন মহলে । ৰঙিয়া