হাৰ্টথ্ৰব জুবিন গাৰ্গক নিষিদ্ধ ঘোষণা। আক্ৰাছুৱে নিষিদ্ধ কৰিলে জুবিন গাৰ্গক। বঙাইগাঁৱত নিষিদ্ধ জুবিন গাৰ্গ!
Month: March 2023
সমগ্ৰ বিশ্বৰ মহিলাসকলে নিজ নিজ ক্ষেত্রত তেওঁলোকৰ দক্ষতা প্ৰমাণ কৰিছে। তেওঁলোকে প্ৰতিটো ক্ষেত্ৰতে পুৰুষৰ সৈতে সমানে আগবাঢ়ি যাবলৈ সক্ষম হৈছে আৰু উপাৰ্জনৰ ক্ষেত্ৰতো মহিলাসকলৰ এক সুকীয়া স্থান আছে। বিশ্বজুৰি ধনী লোকৰ তালিকাত বহু সংখ্যক মহিলাই তেওঁলোকৰ স্থান দখল কৰিছে। শেহতীয়াকৈ ফৰ্বছৰ ধনী ব্যক্তিৰ তালিকাত ৩ গৰাকী মহিলাৰ নাম শীৰ্ষ ২০-ত
পইচা দিয়া মেট্ৰিক পাছ কৰক : নাওবৈচাত প্ৰলোভনেৰে ধন সংগ্ৰহ প্ৰধান শিক্ষকৰ লখিমপুৰৰ নাওবৈচাৰ ভিতৰুৱা অঞ্চলত ন-আলি জনজাতি হাইস্কুলৰ প্ৰধান শিক্ষকে সহজ সৰল আৰু অশিক্ষিত অভিভাৱকৰ পৰা কেইবাবছৰ ধৰি মেট্ৰিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ কৰাই দিয়াৰ প্ৰলোভন দি ১০-১৫ হাজাৰ টকাকৈ সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰাপ্ত হৈছে। প্ৰাপ্ত তথা মতে, ন-আলি
নতুন শিক্ষানীতিৰে আজিৰে পৰা আৰম্ভ হ’ল মেট্ৰিক পৰীক্ষা। মেট্ৰিক পৰীক্ষাত বহিল ১ লাখ ৯৪ হাজাৰ ৫৪জন ছাত্ৰ। বিপৰীতে ২ লাখ ২৮ হাজাৰ ১২০গৰাকী ছাত্ৰী বহিল পৰীক্ষাত। পৰীক্ষাকেন্দ্ৰ সমূহত কটকটীয়া নিৰাপত্তা, CCTV কেমেৰা স্থাপন।
অগণন লোকৰ সমাবেশেৰে কোকৰাঝাৰৰ বড়োলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত আয়োজিত আন্তঃৰাষ্ট্ৰীয় জ্ঞান মহোৎসৱৰ আজি সামৰণি পৰে। জ্ঞান মহোৎসৱৰ সামৰণি অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, ৰাজ্যিক কেবিনেট মন্ত্ৰী অতুল বৰা, উৰ্খাও গৌৰা ব্ৰহ্ম, বি টি আৰৰ মুৰববী প্রমোদ বড়োৰ লগতে বলীউদৰ অভিনেতা সুনু সুদ উপস্থিত থাকে। কৃষিমন্ত্ৰী অতুল বৰাই মহোৎসৱৰ সামৰণি দিনটোত কৃষি