Month: April 2023

অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ অমিত শ্বাহ

কেন্দ্রীয় গৃহ আৰু সমবায় মন্ত্রী অমিত শ্বাহ অহা সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে অৰুণাচল প্ৰদেশলৈ আহিব। ভ্ৰমণৰ প্ৰথম দিনা শ্ৰীশ্বাহে অৰুণাচলৰ আনজাও জিলাৰ কিবিথুত ভাইব্ৰেণ্ট ভিলেজ কার্যসূচী মুকলি কৰিব। তেওঁ লগতে কিবিথুত সোণালী জয়ন্তী সীমা আলোকিত কাৰ্যসূচীৰ অধীনত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা ৯ টা ক্ষুদ্র জলশক্তি প্রকল্পও মুকলি কৰিব। এই বিদ্যুৎ প্রকল্পসমূহে

প্রধানমন্ত্রী মুদ্রা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী মুদ্রা যোজনাৰ ৮ বছৰ সম্পূৰ্ণ

প্রধানমন্ত্রী মুদ্রা যোজনাই আজি ৮ বছৰ সম্পূৰ্ণ কৰিলে। কৰ্পৰেট খণ্ডৰ বাহিৰৰ ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ উদ্যোগীসকলক বিভিন্ন উদ্যমৰ বাবে ১০ লাখ টকা পর্যন্ত ঋণ প্ৰদানৰ উদ্দেশ্যে ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুদ্ৰা যোজনাৰ শুভাৰম্ভ কৰিছিল। যোজনাখনৰ অষ্টম বর্ষপূর্তি উপলক্ষে কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনে কয় যে, যোজনাখনৰ আৰম্ভণিৰ পৰা এতিয়ালৈকে ৪০

হেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

হেৰোৱা শক্তি ঘূৰাই আনিবৰ বাবে ডালিম খাওক

ডালিম ফলৰ মাজত অন্যতম সুস্বাদু আৰু উপকাৰী ফল, এই কথা সকলোৱেই জানে৷ কিন্তু এই ফল জানো সকলোৱে পৰ্যাপ্ত পৰিমাণে গ্ৰহণ কৰে৷ আপুনি হয়তো যুক্তি দিব পাৰে বজাৰত ডালিমৰ যি দাম কিনিবলৈ এশবাৰ ভাবিব লাগে৷ কিন্তু আমি বহুতেই অপ্ৰয়োজনীয়ভাৱে টকা খৰচ কৰো৷ স্বাস্থ্যৰ কাৰণে অত্যন্ত উপকাৰী ডালিম কিনিবলৈ পইচা নাই বুলি

ওজন কমাবলৈ হ’লে নিশা ভুলতো নাখাব এইবোৰ খাদ্য

ওজন কমাবলৈ হ’লে নিশা ভুলতো নাখাব এইবোৰ খাদ্য

ওজন কমাবলৈ হ’লে ৰাতিৰ খাদ্যৰ পৰিমাণ হ্ৰাস কৰাৰ বিজ্ঞানসন্মত যুক্তি আছে৷ আমাৰ শৰীৰ ঘড়ীৰ দৰে চলে৷ পুৱা হজম প্ৰক্ৰিয়া শক্তিশালী ৰূপত থাকে আৰু ৰাতি কিছু দুৰ্বল হৈ পৰে৷ এই কাৰণে ৰাতি কাৰ্বহাইড্ৰেট, কেলৰি আৰু চৰ্বিযুক্ত খাদ্য কম পৰিমাণে খোৱাৰ পৰামৰ্শ দিয়ে চিকিৎসকে৷ ৰাতিৰ মেনুত স্বাস্থ্যসন্মত খাদ্য ৰখা উচিত৷ দ্ৰুত ওজন

কলৰ বাকলিয়ে উজ্জ্বলতা বঢ়ায় ছাল আৰু দাঁতৰ

কলৰ বাকলিয়ে উজ্জ্বলতা বঢ়ায় ছাল আৰু দাঁতৰ

কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানিলে আপুনি আচৰিত হ’ব৷ কেঁচাই হওক বা পকাই হওক কলে স্বাস্থ্যৰ সীমাহীন উপকাৰ সাধন কৰে৷ কিন্তু এই কলৰ বাকলিও যে মানুহৰ স্বাস্থ্যৰ বাবে উপকাৰী সেয়া বহুতেই হয়তো নাজানে৷ সেয়ে কলৰ বাকলি আপুনি পেলাই নিদি সেয়া স্বাস্থ্যৰ কামত লগাওক৷ কলৰ বাকলিয়ে ছাল আৰু দাঁতৰ উজ্জ্বলতা বৃদ্ধি কৰাৰ