Month: April 2023

ঐক্য-শান্তি-প্ৰগতিৰ শ্লোগানেৰে খৈৰাবাৰীত হাগ্ৰামাৰ পদযাত্ৰা

ঐক্য-শান্তি-প্ৰগতিৰ শ্লোগানেৰে খৈৰাবাৰীত হাগ্ৰামাৰ পদযাত্ৰা

২০২৪ৰ লোক সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰ হৈ পৰিছে হাগ্ৰামা বাহিনী। পুনৰ ক্ষমতা দখলৰ বাবে নিজৰ দলটোক শক্তি শালী কৰাত উঠি-পৰি লাগিছে হাগ্ৰামা মহিলাৰী । বিভিন্ন সভা -সমিতি, পদযাত্ৰা আদি কাৰ্যসূচীত অংশ লৈ বি পি এফৰ সপক্ষে পুনৰ এক জনজাগৰণ অনাৰ বাবে তৎপৰ হৈ পৰিছে বি

আজি গুৱাহাটীত সন্মান ৰক্ষাৰ যুঁজত ৰাজস্থান ৰয়েলছ; ৰিয়ান পৰাগক লৈ আশাবাদী অনুৰাগী

আজি গুৱাহাটীত সন্মান ৰক্ষাৰ যুঁজত ৰাজস্থান ৰয়েলছ; ৰিয়ান পৰাগক লৈ আশাবাদী অনুৰাগী

পুনৰ অগ্ণিপৰীক্ষাৰ সন্মুখীন হ’ব দিল্লী কেপিটেলছ ৰিয়ান পৰাগক লৈ আশাবাদী অনুৰাগী গাংগুলীয়ে ক’লে– দিল্লীৰ বিপক্ষে বেয়া খেলক ৰিয়ানে গুৱাহাটীত প্রথমবাৰৰ বাবে অনুষ্ঠিত হৈছে আই পি এলৰ মেচ৷ প্রথমখন মেচত পঞ্জাব কিংছৰ হাতত পৰাজিত হোৱাৰ পিছত আজি দিল্লী কেপিটেলছৰ বিপক্ষে সন্মান ৰক্ষাৰ যুঁজত অৱতীর্ণ হ’ব ঘৰুৱা দল ৰাজস্থান৷ গুৱাহাটীক দ্বিতীয় হোম

শ্ৰীমদ্ভাগৱত গীতাত লিখা এই পাঁচটা কথা সকলো বয়সৰ ব্যক্তিৰ বাবে বহুত লাভজনক হয়

শ্ৰীমদ্ভাগৱত গীতাত লিখা এই পাঁচটা কথা সকলো বয়সৰ ব্যক্তিৰ বাবে বহুত লাভজনক হয়

গীতাত লিখা-এই পাঁচটা কথা-সকলো বয়সৰ ব্যক্তিৰ বাবে-বহুত লাভজনক হয়। *সনাতন ধৰ্মৰ বহু ধাৰ্মিক গ্ৰন্থ আছে।যাৰ মাজত এখন হৈছে-শ্ৰীমদ্ভাগৱত গীতা।ইয়াত লিখা-ভগৱান শ্ৰী কৃষ্ণৰ উপদেশক আজিও লোকসকলে অনুসৰণ কৰিলে-জীৱনত প্ৰতিটো সফলতা প্ৰাপ্ত কৰিব পাৰে।গীতাত লিখা-উপদেশ প্ৰতিজনৰ বাবে-লাভজনক হয়। *আমি সকলোৱে-কৌৰৱ আৰু পাণ্ডৱৰ মাজত হোৱা-মহাভাৰতৰ যুদ্ধৰ কথা জানো।এই যুদ্ধত-ভগৱান শ্ৰী কৃষ্ণ অৰ্জুনৰ সাৰথি

অসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

অসমত বলিউডৰ অভিনেত্ৰী, মডেল সংগীতা বিজলানী

ফেশ্বন ডিজাইনিং (Fashion Designing)ৰ জগতত ১০টা গৌৰৱোজ্জ্বল বৰ্ষ অতিক্ৰম কৰিলে প্ৰসিদ্ধ ফেশ্বন ডিজাইনাৰ (Fashion designer) সংযুক্তা দত্তই। এই শুভক্ষনত সংযুক্তা দত্তক শুভেচ্ছা জ্ঞাপনৰ বাবে বলিউডৰ জনপ্ৰিয় অভিনেত্ৰী, মডেল সংগীতা বিজলানী অসমলৈ আহিছে। সংযুক্তা দত্তই অসমৰ হস্ততাত আৰু বস্ত্ৰ শিল্পক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত অহৰ্নিশে কাম কৰি আহিছে। তেওঁ দেশৰ

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত উজলিল বাবলী নাথ

সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বাবলী নাথৰ কৃতিত্ব। গোৱাত অলপতে অনুষ্ঠিত সৰ্বভাৰতীয় ডাক সেৱা সাংস্কৃতিক সমাৰোহত বিভিন্ন সাংস্কৃতিক প্ৰতিযোগিতাৰ আয়োজন কৰা হয় ৷ এনে প্ৰতিযোগিতাত ডাক সেৱা বিভাগৰ ‘অসম চাৰ্কোল’ৰ হৈ ছয়গাঁও কৈমাৰী গাঁৱৰ নিবাসী বিনোদ কুমাৰ নাথ আৰু ইলা সাউদ নাথৰ জ্যেষ্ঠ কন্যা বাবলী নাথে আধুনিক গীত,কামৰূপী লোকগীত আৰু