এয়া হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানী, এবটলৰ মূল্যত ক্ৰয় কৰিব পাৰে মাৰ্চিডিজ গাড়ী

1 min read

Acqua di Cristallo Tributo a Modigliani হৈছে পৃথিৱীৰ আটাইতকৈ ব্যয়বহুল পানী। ইয়াৰ 750 mlৰ মূল্য ৬,০০০ ডলাৰ অৰ্থাৎ প্ৰায় ৪৩ লাখ টকা। এই পানী ফিজি আৰু ফ্ৰান্সৰ এটা প্ৰাকৃতিক স্প্ৰিঙৰ পৰা আহে। ইয়াৰ বটলটো ২৪ কেৰেট সোণেৰে নিৰ্মিত। এই বটলটোৰ পেকিং কৰাৰ মূল্যই সৰ্বাধিক।

এই পানীয়ে ওজন হ্ৰাস কৰে


Kona Nigari Water হাৱাই (Hawai)ৰ আৰু প্লাষ্টিকৰ বটলত বিক্ৰী কৰা হয়। এই পানী ওজন হ্ৰাস কৰিবলৈ ব্যৱহাৰ কৰা হয় কেৱল শক্তিয়ে বৃদ্ধি নকৰে, ছালো সুন্দৰ হয়। এই পানী হাৱাই দ্বীপৰ পৰা আহে। এই পানীয়ে আন পানীতকৈ যথেষ্ট দ্ৰুতগতিত হাইড্ৰেট কৰে। ইয়াৰ 750mlৰ মূল্য ২৯৩০৬ টকা।

ফিলিকো জুৱেল ৱাটাৰ


এইটো এটা জাপানী পানীৰ ব্ৰেণ্ড যিটো স্বাৰোভস্কি স্ফটিকৰে সজোৱা হৈছে যিটো এটা আইডেল উপহাৰ। বজাৰত এই বটলটোৰ সীমিত সংস্কৰণ আছে। এই বটলটো সোণালী মুকুটেৰে আবৃত। এই পানী ওচাকাৰ ওচৰৰ ৰোকো মাউণ্টেইনৰ পৰা আহে। এই পানী গ্ৰেনাইটৰে ফিল্টাৰ কৰা হয় আৰু ইয়াত যথেষ্ট অক্সিজেন থাকে। এই পানীৰ 750mlৰ বটল ১৫,০০০ টকাতকৈ অধিক।

ব্লিং H2O


Bling H20 পানী আমেৰিকাৰ পৰা আহে। যাক ৯টা ষ্টেপত Purification Process কৰা হয়। এই বটলটো ব্লিঙেৰে সজোৱা হয় যাক দেখিবলৈ চেম্পেইনৰ বটলৰ দৰে দেখা যায়। ইয়াৰ 750mlৰ মূল্য প্ৰায় ৩০০০ টকা।

এয়া হৈছে Self Spring Water। যিটো কানাডাৰ পৰা আহে। ইয়াৰ মূল্য প্ৰতি 750mlত ১৪ ডলাৰ।

Photo: Zee news

You May Also Like

More From Author