দুধনৈত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষীৰ লোকে৷ নিহত আৰক্ষীজন গোৱালপাৰা আৰক্ষীৰ District Special Branchৰ ASI শশধৰ ব্ৰহ্ম ৷ কৃষ্ণাই থানাত কৰ্মৰত আছিল নিহত ব্ৰহ্ম ৷ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত
Year: 2023
নুনমাটিত পাহাৰ খহি মহিলা শ্ৰমিকৰ মৃত্যু। তাৰা বানু বেগম নামৰ মহিলা শ্ৰমিকগৰাকীৰ পাহাৰৰ মাটি খহাত পোত গৈ মৃত্যুমুখত পৰে। তাৰা বানুৰ ঘৰ নুনমাটি আনন্দ নগৰত বুলি জানিব পৰা গৈছে। নুনমাটিৰ
পল্টনবজাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে দুই দুর্ধর্ষ ডকাইত গ্ৰেপ্তাৰ কৰে। ধৃত ডকাইত দুটা হৈছে ক্ৰমে ইৰফান শ্বেখ আৰু নজৰুল ইছলাম। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ডকাইত দুটাৰ পৰা লক্ষাধিক টকাৰ চুৰি সোণৰ অলংকাৰ উদ্ধাৰ
সুস্থ থাকিবলৈ হ’লে দৈনিক তিনি সাজ খোৱাটো জৰুৰী৷ তিনি সাজৰ এসাজো যদি কেতিয়াবা নোখোৱাকৈ থাকে, তেন্তে স্বাস্থ্যত ইয়াৰ নেতিবাচক প্ৰভাৱ পৰে৷ বহুতে ওজন কমোৱাৰ বাবে ৰাতি নোখোৱাকৈ থাকে৷ তেওঁলোকৰ ধাৰণা,
সৰু-ডাঙৰ সকলোৱে কেতিয়াবা প্ৰস্ৰাৱৰ জ্বলা-পোৰা সমস্যাত ভোগে৷ কিন্তু প্ৰস্ৰাৱ কিয় দুৰ্গন্ধযুক্ত হয় তাৰ কাৰণ বহুতেই নাজানে বা জনাৰ প্ৰয়োজনীয়তা অনুভৱ নকৰে৷ প্ৰস্ৰাৱ আচলতে গোন্ধহীন প্ৰকৃতিৰ৷ কিন্তু বিভিন্ন কাৰণত প্ৰস্ৰাৱ দুৰ্গন্ধযুক্ত