20.1 C
Assam
Monday, March 20, 2023

Featured News

বিদ্যুৎস্পৃষ্ট হ’লে কি কৰিব?

মানৱ দেহটো এশ শতাংশই বিদ্যুৎ পৰিবাহী৷ ফলত...

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু, ১ এপ্ৰিলত ঘৰলৈ আহিম বুলি কোৱা ধৃতাশ্ৰীৰ মৃত্যু

বহিঃৰাজ্যত অসমৰ যুৱতীৰ ৰহস্যজনক মৃত্যু। যুৱতীগৰাকী সীমান্ত...

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ দুৰ্ঘটনা…..

উত্তৰ গুৱাহাটী মানিক নগৰত ভয়ংকৰ পথ...

আচুৰ্য আৰু মিনাক্ষীৰ পালেহি বিয়াৰ দিন!

Assamese Newsআচুৰ্য আৰু মিনাক্ষীৰ পালেহি বিয়াৰ দিন!
  • কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ বিয়া। মাজত মাথোঁ আৰু এটা দিন বিয়ালৈ।
  • ২৭ ফেব্ৰুৱাৰীত যুগ্ম জীৱনৰ পাতনি মেলিব আচুৰ্যই।
  • দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ পাণি গ্ৰহণ কৰিব জনপ্ৰিয় কণ্ঠশিল্পীজনে।
  • ডিচেম্বৰত হৈছিল আচুৰ্য আৰু মিনাক্ষীৰ এংগেজমেণ্ট। আৰু অৱশেষত পালেহি বিয়াৰ দিন।
  • ২৭ ফেব্ৰুৱাৰীত বিয়াৰ পিছত ২ মাৰ্চত আচুৰ্যৰ বিয়াৰ অভ্যৰ্থনা অনুষ্ঠান।
  • গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসভৱনত হ’ব অভ্যৰ্থনা অনুষ্ঠানত।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!