বিবাহপাশত আবদ্ধ হ’ল জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ; চাওক video
- সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান।

- বিবাহপাশত আবদ্ধ হ’ল অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰ।

- সোমবাৰে গোলাঘাটৰ সৰুপথাৰৰ নিজ বাসগৃহত অনুষ্ঠিত হয় বিবাহৰ অনুষ্ঠান।

- দেৰগাঁৱৰ মিনাক্ষী বৰঠাকুৰৰ সৈতে সাত জনমৰ বাবে একেলগে থকাৰ প্ৰতিজ্ঞা ল’লে আচুৰ্যই।

- ২ মাৰ্চত অনুষ্ঠিত হ’ব আচুৰ্যৰ বিবাহৰ অভ্যৰ্থনা অনুষ্ঠান।

- আচুৰ্যৰ বিয়াত সখীৰ ৰূপত দেখা গ’ল অসমৰ আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নীল আকাশক।

- সোমবাৰে ধুমধামেৰে বিবাহৰ অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছত এতিয়া ২ মাৰ্চত হ’ব অভ্যৰ্থনা অনুষ্ঠান।