জানো আহক নৱদুৰ্গাৰ দ্বিতীয় ৰূপ মা ব্ৰহ্মচাৰিণীৰ মান্যতাৰ বিষয়ে নৱৰাত্ৰিৰ দ্বিতীয় দিনা মাৰ ব্ৰহ্মচাৰিণী ৰূপৰ উপাসনা কৰা হয়। ইয়াক জ্ঞান, তপস্যা আৰু বৈৰাগ্যৰ দেৱী হিচাপে মনা হয়। কঠোৰ সাধানা কৰাৰ ফলত আৰু ব্ৰহ্মত লীন হৈ থকা বাবে ইয়াক ব্ৰহ্মচাৰিণী কোৱা হয়। বিদ্যাৰ্থীসকলৰ বাবে আৰু তপস্যীসকলৰ বাবে ইয়াৰ পূজা খুব শুভ
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ:–নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ ধাৰাবাহিক খহনীয়াই সৃষ্টি কৰিছে বিভীষিকাৰ। ২০২২বৰ্ষৰ প্ৰলয়ংকাৰী বানৰ পিছৰে পৰা বগলাজানত চপৰা-চপৰে কপিলীয়ে নৈৰ গৰা খহাই আহিছিল যদিও স্থায়ী সমাধানৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উঠিছে। এই অভিযোগ উত্থাপন কৰি নৈপৰীয়াই ক্ষোভ প্ৰকাশ কৰি কয় যে খহনীয়াৰ পিছতে সংশ্লিষ্ট বিভাগে কেইডালমান বাঁহ
নিউজ ব্যুৰ’,নগাঁও,৩অক্টোবৰ :-জাতিৰপিতা মহাত্মা গান্ধীৰ ১৫৫ সংখ্যক জয়ন্তী উপলক্ষে “মহাৰাষ্ট্ৰ গান্ধী স্মাৰক নিধি”য়ে ২অক্টোবৰৰ পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে মহাৰাষ্ট্ৰৰ পুনেৰ গান্ধী ভৱনত আয়োজন কৰা বিশাল গান্ধী সমাৰোহত নৃত্য পৰিৱেশনৰ বাবে আমন্ত্ৰিত হৈছে দেশে-বিদেশে সুনাম অৰ্জন কৰা অসমৰ আগশাৰীৰ ভাৰতনাট্যম্ শিল্পী,গুৰু ইলোৰা বৰা আৰু তেওঁৰে শিষ্যা নগাঁৱৰ ময়ূখী বেজবৰুৱা। বৰ্ণাঢ্য অনুষ্ঠানটিত ৪
কোকৰাঝাৰ জিলাৰ গৌৰাং হাইস্কুলৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ তথা বালাজান তিনালী নিৱাসী স্বৰ্গীয় সঞ্জয় যাদৱ আৰু ৰংজালী বসুমতাৰী যাদৱৰ পুত্ৰ জয় যাদৱ (১৪) ৰহস্যজনকভাৱে বিগত এসপ্তাহ ধৰি সন্ধানহীন হৈ থকা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। পৰিয়ালৰ লোকে জয় যাদৱক বিচাৰি বিভিন্ন ঠাইত খা-খবৰ লৈছে যদিও জয় যাদৱৰ কোনো শুংসূত্ৰ পোৱা নাই ।
সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই অৱশেষত অসম জাতীয় পৰিষদত যোগদান কৰিব বোকাখাতৰ প্ৰাক্তন বিধায়ক জিতেন গগৈয়ে ৷ শুক্ৰবাৰে তেওঁৰ সমৰ্থক সহ যোগ দিব লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন আঞ্চলিক দলটোত ৷ অ:জা:প:ত চামিল হ’ব জিতেন গগৈ নেতৃত্বাধীন’বোকাখাত নির্মাণ গোট ৷ উল্লেখ্য যে,গগৈ বোকাখাত সমষ্টিৰ পৰা দুবাৰকৈ নিদৰ্লীয় বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল ৷ পৰৱৰ্তী