Author: GTM Desk

গৰুড় পুৰাণঃ সূৰ্যাস্তৰ পিছত দান আৰু সন্ধিয়া ঘৰ চাফাই কৰা গ্ৰহণযোগ্য নহয়; কিয়?

গৰুড় পুৰাণঃ সূৰ্যাস্তৰ পিছত দান আৰু সন্ধিয়া ঘৰ চাফাই কৰা গ্ৰহণযোগ্য নহয়; কিয়?

গৰুড় পুৰাণ বৈষ্ণৱ পন্থাৰ অন্তৰ্গত এক মহান পুৰাণ। ইয়াক সনাতন হিন্দু ধৰ্মৰ এক গুৰুত্বপূৰ্ণ পুৰাণ বুলি গণ্য কৰা হয়, য’ত জন্ম, মৃত্যু, পাপ, গুণ আৰু কৰ্ম সম্পৰ্কীয় কথাবোৰ ভগৱান বিষ্ণুৱে কৈছে। ভগৱান বিষ্ণুৱে গৰুড় পুৰাণত কৰ্মৰ বিষয়ে ব্যাখ্যা কৰিছে। গৰুড় পুৰাণৰ মতে মৃত্যুৰ পিছত কোনো ব্যক্তিয়ে স্বৰ্গ বা নৰক পাব,

চুলি ৰং কৰি বিপদ মাতি নানিব!

চুলি ৰং কৰি বিপদ মাতি নানিব!

সৌন্দৰ্য চৰ্চাৰ প্ৰতি দুৰ্বলতা থকা যুৱক-যুৱতীসকলৰ প্ৰায়ভাগেই চুলি ৰং কৰে৷ বহুতেই নিজৰ চুলি আজিকালি ৰং-বিৰঙৰ কৰি লোৱা দেখা যায়৷ কিন্তু চুলি ৰং কৰাটো স্বাস্থ্যৰ বাবে মাৰাত্মক ক্ষতিকাৰক৷ যদি প্ৰায়েই চুলি ৰং কৰে তেতিয়াহ’লে স্বাস্থ্যত ইয়াৰ ভয়ংকৰ কুপ্ৰভাৱ পৰে৷ সেয়ে বিজ্ঞানীসকলে চুলি ৰং নকৰাটোৱে ভাল বুলি উল্লেখ কৰিছে৷ আৰু যদি চুলি

হাঁহিমুখে থাকক, শাৰীৰিক সমস্যাৰ পৰা ৰেহাই পাওক

হাঁহিমুখে থাকক, শাৰীৰিক সমস্যাৰ পৰা ৰেহাই পাওক

বিভিন্ন কাৰণবশতঃ সম্প্ৰতি মানুহে হাঁহিবলৈ পাহৰি গৈছে৷ সেই কাৰণে আজি-কালি বৃদ্ধি পাইছে লাফিং ক্লাছৰ সংখ্যা৷ কেৱল লাফিং ক্লাছেই নহয়, সমান্তৰালকৈ একাধিক কমেডি শ্ব’ৰ জনপ্ৰিয়তা বৃদ্ধি পাইছে৷ আটাইতকৈ ডাঙৰ কথা হ’ল এই হাঁহিৰ মূল্য যে কিমান সেই কথা মানুহে এতিয়া বুজি উঠিছে৷ সেই কাৰণে মানুহে হাঁহিবলৈ চেষ্টা কৰিছে৷ ছ’চিয়েল মিডিয়া বা

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব

আপোনাৰ ঘৰৰ পৰা পইতাচোৰা কেনেকৈ দূৰ কৰিব

পৃথিৱীত এনে এগৰাকী মহিলা হয়তো পোৱা নাযায় যে পইতাচোৰাক ভয় নকৰে বা পইতাচোৰা দেখিলেই অস্বস্তিত নপৰে৷ বহু মহিলাই পইতাচোৰাক যিমান ভয় কৰে সাপকো হয়তো সিমান ভয় নকৰে৷ আপাতঃদৃষ্টিত এইবিধ প্ৰাণী নিৰীহ যেন লাগে যদিও মানুহৰ কাৰণে ক্ষতিকাৰক৷ কাৰণ জাৱৰ-জোথৰৰ মাজত থকা পইতাচোৰাই বিভিন্ন ধৰণৰ ৰোগৰ বীজাণু কঢ়িয়াই ফুৰে৷ বিভিন্ন ৰোগৰ

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব?

সন্তানক সন্তুষ্ট কৰিবলৈ আপুনি কি কি কৰিব?

সন্তান এটিক আদৰ্শগত মানুহ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত পিতৃ-মাতৃৰ ভূমিকা অপৰিসীম৷ সন্তান এটিক সঠিক পথেৰে শিকাই-বুজাই নিয়াৰ গুৰু দায়িত্ব পিতৃ-মাতৃৰ ওপৰতে নিৰ্ভৰ কৰে৷ সন্তানটিৰ চাল-চলন, আচাৰ-আচৰণ, কাম-কাজ দেখিলেই বুজিব পাৰি সি সঠিক পথেৰে  বাট বুলিছেনে নাই৷ বহু ক্ষেত্ৰত দেখা যায় কিছুমান ল’ৰা-ছোৱালী ‘বদ মেজাজি’ হয়৷ সামান্য কথাতে চিৎকাৰ কৰা, খং