• Dish TV is the first in the industry to offer built-in OTT services along with linear TV subscriptions to all its customers.• Customers to have the flexibility to choose from amongst popular apps.• ‘Dish TV Smart+’ Service offers a comprehensive entertainment ecosystem with content, devices, and offers to ensure
Author: GTM Desk
নিউজ ব্যুৰ’,নগাঁও,১মে’:–নগাঁও চহৰৰ সমীপৰ ননৈ টাইকোৱানড’ একাডেমীৰ হালধীয়া বেল্ট (YELLOW BELT) পৰীক্ষাৰ বেল্টসমূহ বুধবাৰে প্ৰদান কৰা হয় । অনুষ্ঠানত অল নগাঁও ডিষ্ট্ৰিক্ট টাইকোৱানড’ এছ’চিয়েছনৰ সাধাৰণ সম্পাদক অংকুৰ বৰা, প্ৰশিক্ষণ ৰোহিত হৰিজন,কৌস্তভ জ্যোতি দাস, নীলোৎপল শইকীয়া,ননৈ উচ্চ বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা অঞ্চলটোৰ সৰবৰহী ব্যক্তি দিগন্ত বৰুৱা উপস্থিত থাকে। বেল্ট পৰীক্ষাৰ
নিউজ ব্যুৰ’,নগাঁও,১মে’:–প্ৰতিযোগিতামূলক পৰীক্ষাৰ ক্ষেত্ৰত নগাঁও জিলাৰ আগশাৰীৰ শৈক্ষিক প্ৰতিষ্ঠন ডাছোৱানীয়ে বিগত বৰ্ষৰ দৰে চলিত বৰ্ষতো ধাৰাবাহিকতা অব্যাহত ৰাখিছে। শেহতীয়াকৈ ঘোষণা কৰা অভিযান্ত্ৰিক প্ৰৱেশ পৰীক্ষা (JEE)ত শিক্ষাৰ্থীসকলে চলিত বৰ্ষটো সফলতাৰে যোগ্যতা অৰ্জন কৰিবলৈ সক্ষম হৈছে । শিক্ষা প্ৰতিষ্ঠানখনৰ ১০জন ছাত্ৰ-ছাত্ৰী ৰ ৯জনেই সফলতাৰে উত্তীৰ্ণ হৈ আগশাৰীৰ প্ৰতিষ্ঠানসমূহত নামভৰ্তি গ্ৰহণ কৰিবলৈ সক্ষম
নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:– মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ লক্ষ্মীনাথ বেজবৰুৱা সাহিত্য চ’ৰাৰ উদ্যোগত “বিহু গ’লে বিনাবা কাক” শীৰ্ষক ব’হাগৰ এটি বিশেষ অনুষ্ঠান অনুষ্ঠিত হৈ যায় । এই উপলক্ষে বিশ্ববিদ্যালয়ৰ চৌহদত আয়োজিত অনুষ্ঠানৰ লগত সংগতি ৰাখি বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলে নিজাকৈ প্ৰস্তুত কৰা বিভিন্ন থলুৱা খাদ্যাভ্যাস,সাজ-পাৰ,আ- অলংকাৰৰ এক প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হয় ।
নিউজ ব্যুৰ’,নগাঁও,৩০এপ্ৰিল:–নগাঁও জিলাৰ ডিমৌ-উৰিয়াগাঁও সংযোগী বাইপাছত মংগলবাৰে পুৱা এক পথ দুৰ্ঘটনা দুৰ্ঘটনাত এজন মটৰ চাইকেল আৰোহীৰ মৃত্যু হয়। নিহত লোকজনক নগাঁও চহৰৰ সমীপৰ মৰিকলঙৰ ধেপাজান নিবাসী বিনোদ দাস বুলি চিনাক্ত কৰা হৈছে । উল্লেখ্য যে বাইপাছ পথত থকা পেট্ৰ’ল ডিপ’ত মটৰ চাইকেলত তেল ভৰাই ঘৰলৈ উভতি আহোঁতে অচিনাক্ত বাহনে লোকজনৰ