The Indian Medical Council of Medical Research (ICMR) Drone Response and Outreach in North East (i-Drone) pilot project on Saturday made its final and longest drone flight from Nagaland‘s Mokokchung to Tuensang to deliver medical supplies. “Our final and longest drone flight travelled from Mokokchung to Tuensang in 28 minutes
Author: GTM Desk
কংগ্রেছ এৰি পুনৰ নিজৰ পুৰণি ঘৰ এ আই ইউ ডি এফলৈ উভতি যাব বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ৷ এ আই ইউ ডি এফৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমলৰ উপস্থিতিত শীঘ্রেই বিধায়কগৰাকীয়ে দলটোত যোগদান কৰিব৷ ইয়াৰ পূর্বে বদৰুদ্দিন আজমলৰ স’তে আনুষ্ঠানিক বৈঠকত বহিব কংগ্রেছৰ নিলম্বিত বিধায়কজন৷ অহা ২৪ ডিচেম্বৰত হোজাহত বদৰুদ্দিন
স্বামীয়ে যদি পুনৰ বিবাহ কৰে, তেন্তে এগৰাকী মুছলমান মহিলাৰো বিবাহ বিচ্ছেদৰ অধিকাৰ থকা উচিত৷ লক্ষণীয়ভাৱে মুছলমান সমাজত এয়া স্বামী–স্ত্রীৰ বিবাহ বিচ্ছেদৰ বিষয়টোক সমানভাৱে বিবেচনা কৰা হোৱা নাই৷ নাইবা মহিলাসকলক স্বাধীন জীৱন–যাপনৰ সম্পূর্ণ সুযোগো দিয়া হোৱা নাই৷ অথচ কোৰানত স্ত্রীৰ সমধিকাৰৰ কথা কোৱা হৈছে৷ বিবাহ বিচ্ছেদৰ এক গোচৰত কালি এই কথাই
মা কামাখ্যাৰ আশিস ল’বলৈ অসমলৈ আহিব পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী৷ কংগ্ৰেছক বাদ দি দেশৰ সকলো বিজেপিবিৰোধী ৰাজনৈতিক শক্তিক ঐক্যবদ্ধ কৰি ২০২৪ ৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব খোজা তৃণমূল কংগ্ৰেছৰ প্ৰধানগৰাকী মঙলবাৰে উপস্থিত হ’ব গুৱাহাটীত । খবৰ অনুসৰি মঙলবাৰে পুৱাতেই বৰঝাৰ বিমানবন্দৰত অৱতৰণ কৰিব মমতা বেনাৰ্জীৰ বিমান । বিমানবন্দৰৰ পৰা পোনে
Congress MLA Sashi Kanta Das pledged to support the Assam government politically, and the move was welcomed by BJP leader and Assam Chief Minister Himanta Biswa Sarma on Monday. Das, however, has not joined the BJP yet. “Moved by PM Narendra Modi’s vision of development, MLA of Raha of Congress,