Author: GTM Desk

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

ডাঃ দুৰ্লভ চমুৱাই এৰিলে কংগ্ৰেছ; AIUDF এৰিলে মামুন ইমদাদুলে

অৱশেষত দুজনকৈ প্ৰাক্তন বিধায়কে শুকুৰবাৰে আনুষ্ঠানিকভাৱে নিজা নিজা দল ত্যাগ কৰিলে । এই দুই প্ৰাক্তন বিধায়ক হ’ল ডাঃ দূৰ্লভ চমুৱা আৰু মামুন ইমদাদুল হক চৌধুৰী । নগাঁও বিধানসভা সমষ্টিৰ প্ৰাক্তন কংগ্ৰেছ বিধায়ক ডাঃ দূৰ্লভ চমুৱাই আজি দলৰ প্ৰাথমিক সদস্য পদ ত্যাগ কৰি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ।

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত 144 ধাৰা জাৰি

গৰুখুটিকাণ্ডৰ পাছতে বৰপেটাত 144 ধাৰা জাৰি

দৰঙ জিলাত অসম চৰকাৰৰ প্ৰস্তাৱিত কৃষি প্ৰকল্প গৰুখুটিত বৃহস্পতিবাৰে চলা উচ্ছেদৰ সময়ত সৃষ্টি হোৱা হিংসাত্মক পৰিস্থিতিয়ে এতিয়া সমগ্ৰ ভাৰতবৰ্ষতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ সাম্প্ৰতিক পৰিস্থিতৰ প্ৰতি লক্ষ্য ৰাখি এতিয়া ৰাজ্য চৰকাৰ সষ্টম হৈ পৰিছে পৰিস্থিত নিয়ন্ত্ৰণ কৰিবলৈ ৷ গৰুখুটিত সংঘটিত হোৱা ঘটনাটো স্পৰ্শকাতৰ হৈ পৰাৰ পাছতে বৰপেটা জিলা প্ৰশাসনে

প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

প্ৰাক্তন বিধায়িকা আঙুৰলতা ডেকাৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ

দন্ত চিকিৎসকৰ বিৰুদ্ধে বিতৰ্কিত মন্তৱ্য কৰা প্ৰাক্তন বিধায়িকা তথা নৱ-নিৰ্বাচিত ৰাজ্যিক বিজেপি মহিলা মৰ্চাৰ সভানেত্ৰী আঙুৰলতা ডেকাৰ বিৰুদ্ধে এজাহাৰ।দিছপুৰ থানাত এজাহাৰ দাখিল ভাৰতীয় দন্ত চিকিৎসক সংস্থাৰ ৰাজ্যিক আৰু গুৱাহাটী শাখাই।উল্লেখ্য  যে ৪৮ঘণ্টাৰ ভিতৰত ক্ষমা খোজাৰ দাবী জনাইছিল ডেকাক, কিন্তু নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত ক্ষমা নোখোজাত দাখিল কৰে এজাহাৰ । ৰাজ্যিক বিজেপি

ৰাষ্ট্ৰীয় টাইকোৱানডোত মুগ্ধা দাসৰ স্বৰ্ণ জয়

ৰাষ্ট্ৰীয় টাইকোৱানডোত মুগ্ধা দাসৰ স্বৰ্ণ জয়

টেলেণ্ট চাৰ্চ এছ’চিয়েচন, দিল্লীৰ দ্বাৰা আয়োজিত সপ্তম ৰাষ্ট্ৰীয় যুৱ ক্ৰীড়া টাইকোৱানডোত অসমৰ হৈ প্ৰতিনিধিত্ব কৰি মুগ্ধা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।১৮ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লী পিতামপুৰাত অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ২৮কেজি অনুৰ্ধৰ ছাব জুনিয়ৰ শাখাত স্বৰ্ণ পদক লাভ কৰে অসমৰ মুগ্ধা দাসে। উল্লেখ্য যে অসমৰ