GUWAHATI: Valentine’s Day was celebrated in a unique way in Guwahati today. A Half Marathon called the Garmin 21K Solemate Run was organized where runners had to compete in pairs. The pair could be spouses, siblings, parents, friends or anyone who one can run along with and the team had
Author: GTM Desk
গুৱাহাটী মহানগৰীৰ মাজমজিয়াৰ মালিগাঁও বৰিপাৰা উৰণীয়া সেতুৰ ওপৰত কালি নিশা কোনো বাহনৰ খুন্দাত এটা নাহৰফুটুকীৰ পোৱালি নিহত হয়৷ প্রাপ্ত খবৰ মতে, নিশা প্রায় ৭.৪৫ মান বজাত উৰণীয়া সেতুৰ লগত থকা পদপথত তেজেৰে লুতুৰি–পুতুৰি হৈ মৃত অৱস্থাত থকা নাহৰফুটুকীৰ পোৱালিটো প্রত্যক্ষ কৰি কোনো লোকেবন বিভাগৰ খানামুখ খণ্ড বন কার্যালয়ৰ খণ্ড বিষয়া
অখিল গগৈ অবিহনেই ২০২১ৰ বিধানসভা নির্বাচনলৈ সাজু হৈছে ৰাইজৰ দল৷ অহা নির্বাচনত দলটোৱে অসমৰ ৰাইজৰ সহযোগত সর্বশক্তিৰে অৱতীর্ণ হ’ব৷ কালি উচ্চতম ন্যায়ালয়ত ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ জামিন আবেদন নাকচ হোৱাৰ পাছত শুকুৰবাৰে এখন সংবাদ মেল সম্বোধন কৰি দলৰ কার্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় যে চৰকাৰে অখিল গগৈক ভয়
বিজেপিৰ অপশাসনৰ পৰা ৰাজ্যক মুক্ত কৰাৰ আহ্বানেৰে আজিৰে পৰা ৰাজ্যৰ চাৰিটা ভিন্ন স্থানৰ পৰা ভাৰতীয় জাতীয় কংগ্রেছ দলে আৰম্ভ কৰে ‘অসম বচাওঁ আহক’ শীর্ষক প্রচাৰ কার্যসূচী৷ এই অভিযানত বাছযাত্রাৰে কংগ্রেছ দলৰ শীর্ষস্থানীয় নেতাসকলে দূৰণিবটীয়া অঞ্চলসমূহলৈ গৈ ৰাইজৰ মাজত প্রচাৰ চলাব৷ গুৰুজনাৰ জন্মস্থান বটদ্রৱা থান, গুৱাহাটী, শিৱসাগৰ, শিলচৰ এই চাৰিটা স্থানৰ
দীঘলীয়া প্রতীক্ষাৰ অন্তত শুকুৰবাৰে অসম বিধানসভাৰ নির্মীয়মাণ ভৱন মুকলি হ’ল৷ দিছপুৰৰ পুৰণি জনতা ভৱনৰ স্থানত নির্মাণ হোৱা ভৱনটো সম্পূর্ণ হ’বলৈ বহু বাকী আছে যদিও অনানুষ্ঠানিকভাৱে আজি এটা দিনৰ বাবে উক্ত ভৱনতে বহিব সদন৷ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল, মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, বিধানসভাৰ অধ্যক্ষ হিতেন্দ্রনাথ গোস্বামী, উপাধ্যক্ষ আমিনুল হক লস্কৰৰ লগতে