Author: Desk Editor

পৰিষদীয় নিৰ্বাচন স্বচ্ছ আৰু নিকা হ’ব লাগে: প্ৰমোদ বড়ো

পৰিষদীয় নিৰ্বাচন স্বচ্ছ আৰু নিকা হ’ব লাগে: প্ৰমোদ বড়ো

গুৱাহাটী: “স্বচ্ছ আৰু নিকা হ’ব লাগে বিটিচি নিৰ্বাচন ৷ বিটিআৰত উন্নয়ন হ’ব লাগে তাত থাকিব নালাগে কোনো ধৰণৰ ধনবল বা বাহুবল ৷ গণতন্ত্ৰৰ প্ৰতি যাতে কোনোৱে ভাবুকি প্ৰদান কৰিব নোৱাৰে ৷ নিৰ্বাচনত যাতে এনে নহয় তাৰ প্ৰতি প্ৰসাশনে নজৰ দিব লাগে ৷” বুধবাৰে বাক্সাৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল ঘোষণা

গুৱাহাটী: ৰাজ্যৰ ৰাজনীতিত পুনৰ এটা নতুন দল। আছুৰ AJPৰ পাছত এইবাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নতুন দল। অহা ২ অক্টোবৰত আত্মপ্ৰকাশ কৰিব দলটোৱে। দলটোৰ নেতৃত্বত অখিল গগৈ। এই নতুন দলটোৰ অংশীদাৰ হ’ব এটা জাতীয় সংগঠন আৰু এটা আঞ্চলিক দল। সকলো জাতি-জনগোষ্ঠীৰ লোকক সাঙুৰি ল’ব বুলি মন্তব্য কৰে কৃষক মুক্তিৰ নেতৃত্বই।

বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা

বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা

গুৱাহাটী: বাবৰি মছজিদ ধ্বংস গোচৰত আটাইকেইজন অভিযুক্তক দোষমুক্ত ঘোষণা। উপযুক্ত প্ৰমাণ নোহোৱাৰ বাবেই ৩২ জন অভিযুক্তক নিৰ্দোষী ঘোষণা কৰিলে CBIৰ বিশেষ আদালতে। আদালতৰ মতে বাবৰি মছজিদ ধ্বংস পূৰ্ব পৰিকল্পিত নাছিল। ইয়াৰ লগে লগে দোষমুক্ত হ’ল বিজেপিৰ জ্যেষ্ঠ নেতা এল কে আদৱানি, মুৰলী মনোহৰ যোশী, উমা ভাৰতী আৰু উত্তৰ প্ৰদেশ প্ৰাক্তন

SI কাণ্ডই জোকাৰিছে নলবাৰীক

SI কাণ্ডই জোকাৰিছে নলবাৰীক

গুৱাহাটী: অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাছনি পৰীক্ষাত সংঘটিত হোৱা কেলেংকাৰী সন্দৰ্ভত পোহৰলৈ অহা ন ন তথ্যই জোকাৰিছে ৰাজ্যক ৷ এই কেলেংকাৰীৰ একপ্ৰকাৰ ঘাটি হিচাপে পৰিচিত হোৱা নলবাৰী জিলাত উন্মোচিত হৈছে অধিক তথ্য ৷ এই কেলেংকাৰীয়ে সম্প্ৰতি ৰাজ্যত শাসনাধিষ্ঠ বিজেপি দলত খহনীয়া সৃষ্টি কৰিছে ৷ জিলাখনৰ অন্যতম বিজেপি নেতা দিবন ডেকাৰ