এখন আজৱ বিদ্যালয়ৰ আজৱ কাহিনী ৷ এই আজৱ বিদ্যালয় আছে ডিব্ৰুগড় জিলাৰ ৰহমৰীয়াত ৷ লাহোৱাল শিক্ষাখণ্ড অন্তৰ্গত থানাই মধ্য ইংৰাজী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰী সকলে আৰু অভিভাৱক সকলে গুৰুত্ব অভিযোগ দিছে এই খন বিদ্যালয়লৈ পুৱাই অহা ছাত্ৰ-ছাত্ৰী সকলক বিদ্যালয়ৰ ভিতৰত সৰু সৰু কাপোৰ পিন্ধাই গা ধুৱাই আৰু ম’বাইল ফটো মাৰে এই ঘটনা
Author: Jenifer
কংগ্ৰেছ দলে অসমত আৰম্ভ কৰিছে নিৰ্বাচনী কুচকাৱাজ ৷ ১৪ ফেব্ৰুৱাৰীত ৰাহুল গান্ধীয়ে নিৰ্বাচনৰ প্ৰচাৰ কাৰ্যৰ আৰম্ভণি কৰাৰ পিছত লাভ কৰা খবৰ অনুসৰি অহা ২৪ ফেব্ৰুৱাৰীত কংগ্ৰেছৰ প্ৰিয়ংকা গান্ধী অসমলৈ আহিব বুলি জানিব পৰা গৈছে ৷ উক্ত ভ্ৰমণৰ সময়ত তেজপুৰত এক বিশাল জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে ৷
Guwahati, Feb 16: Saraswati Puja is being celebrated with with great pomp and gaiety across Assam today. Devotees were seen thronging the pandals to seek the blessing of the Goddess of learning. Schools, colleges and other educational institutions wore a festive and colourful look on the occasion of Sarsawati Puja
নির্বাচনৰ পূর্বে ৰাজ্যবাসীলৈ এক বৃহৎ সকাহ আগবঢ়াইছে অসম চৰকাৰে৷ জানুৱাৰীৰ পৰা মার্চ মাহ পর্যন্ত প্রতিটো পৰিয়ালে ৩০ ইউনিটকৈ বিজুলী বিনামূলীয়াকৈ লাভ কৰাৰ পাছত এপ্রিলৰ পৰা হ্রাস পাব বিদ্যুৎ মাচুল৷ অসম বিদ্যুৎ নিয়ামক আয়োগে আজি এক জাননীৰ জৰিয়তে এই কথা প্রকাশ কৰিছে৷ অহা ১ এপ্রিলৰ পৰা কার্যকৰী হ’বলগীয়া নতুন নিৰিখ অনুসৰি
ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ বাসিন্দাসকলক বিশুদ্ধ খোৱাপানী যোগানৰ লক্ষ্যৰে আৰম্ভ কৰা প্রকল্পৰ কাম সম্পূর্ণ কৰাৰ সময় এতিয়াও সঠিকভাৱে নিৰূপণ কৰিব পৰা নাই চৰকাৰে৷ ২০১১ চনতে জাপানৰ প্রতিষ্ঠান জাইকাৰ সহযোগত আৰম্ভ কৰা দক্ষিণ–মধ্য গুৱাহাটীৰ বিশুদ্ধ খোৱাপানী যোগান প্রকল্পৰ পানী কেতিয়া গুৱাহাটীবাসীয়ে লাভ কৰিব তাক লৈ এতিয়াও দূৰ হোৱা নাই অনিশ্চয়তা৷ চৰকাৰ সলনি