Category: Assam

শনিবাৰে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰা হ’ব চতুৰ্থ বৰ্ষৰ “গুণ মহন্ত বঁটা”

শনিবাৰে জনপ্ৰিয় অভিনেত্ৰী চেতনা দাসক প্ৰদান কৰা হ’ব চতুৰ্থ বৰ্ষৰ “গুণ মহন্ত বঁটা”

নিউজ ব্যুৰ’,নগাঁও,২৬আগষ্ট :–নগাঁও জিলাৰ বৈষ্ণৱ আদৰ্শৰ অন্যতম সত্ৰীয়া অনুষ্ঠান পূৰ্ণমূৰ্তি শ্ৰীমন্ত গোপালদেৱ কলাক্ষেত্ৰৰ উদ্যোগত লখিমী মহন্ত,মিচিমি মহন্ত আৰু ৰক্তিম সুৰুয মহন্তৰ তত্ত্বাৱধানত অসমৰ জনপ্ৰিয় অভিনেতা তথা বিশিষ্ট সমাজকৰ্মী গুণ মহন্তৰ চতুৰ্থ মৃত্যু বাৰ্ষিকীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানটি অহা শনিবাৰে (২৭আগষ্ট) আয়োজন কৰা হৈছে । অভিনেতাগৰাকীৰ নিজা বাসভৱন নগাঁও চহৰৰ ফৌজদাৰীপট্টিৰ নন্দশ্ৰী প্ৰাংগণত