Category: Assamese News
গৰমৰ দিনত ভৰি ফাটে, সেয়ে কম-বেছি পৰিমানে সকলোৱে ভৰিৰ যত্ন লয়। গৰমৰ দিনত মুখত ছানস্ক্ৰিম ঘঁহিলেও ভৰিক বিশেষ গুৰুত্ব নিদিয়ে। গৰমৰ দিনত ভৰিৰ তলুৱা প্ৰায়সংখ্যকৰেই ঘামে যাৰ ফলত গোন্ধ ওলায়। গৰমৰ দিনত ভৰিৰ গোন্ধ নোলাবলৈ কি কৰিব লাগে? নিমখ দিয়া পানীৰে ভৰি ধুব গৰমৰ দিনত প্ৰায় প্ৰত্যেক লোকৰেই ভৰি ঘামে।
৭ টা সোণসহ মুঠ পদক ১৭ টা ছত্তীশগড়ৰ ৰায়পুৰত অনুষ্ঠিত সপ্তম এম এম এ অৰ্থাৎ মিক্সড মাৰ্চিয়েল আৰ্টছ ইণ্ডিয়া নেচনেল চেম্পিয়নশ্বিপ ২০২৪ত টিম অসমে মুঠ ১৭ টা পদক অৰ্জন কৰিছে । এই পদকৰ ভিতৰত আছে ৭ টা সোণ, ৫ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক । পোৱা ৮-১২
ফল-মূলৰ গুণাগুণ সকলোৰে জ্ঞাত। শৰীৰক প্ৰয়োজনীয় বহু উপাদান লাভ কৰা যায় ফল-মূলৰ পৰা। অমিতা বহু লোকৰে প্ৰিয়। পাচন তন্ত্ৰ সুস্থ ৰাখিবলৈ অমিতা খাবলৈ পৰামৰ্শ দিয়া হয়। অমিতাৰ আছে বহু ঔষধি গুণ। অমিতাৰ গুণাগুণ হয়তো আপোনালোকৰ জ্ঞাত। অমিতাৰ সমানেই ইয়াৰ বীজৰো আছে অনেক গুণ। অমিতা খাওতে হয়তো আপুনি ইয়াৰ বীজসমূহ পেলাই
বৰ্তমান আমাৰ প্ৰত্যেকৰে পৰিয়ালৰ কোনো নহয় কোনো সদস্য প্ৰেছাৰ, ছুগাৰ বা কলেষ্টেৰলত আক্ৰান্ত। যাৰ বাবে অধিকাংশ ক্ষেত্ৰতে দায়ী আমাৰ অনিয়ন্ত্ৰিত জীৱনযাত্ৰা, খোৱা-লোৱা আৰু কৰ্মক্ষেত্ৰত দীৰ্ঘ ষ্ট্ৰেচ আৰু উদ্বেগ। আমি এই প্ৰতিবেদনত এনে এক বিষয় লৈ আলোচনা কৰিম, যাতে কাৰোবাৰ কলেষ্টেৰল সম্পৰ্কীয় সমস্যা থাকিলে তাৰ পৰা পৰিত্ৰাণ পোৱা সম্ভৱ হয়। আমাৰ