Category: Assamese News

নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ

নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ

নৱবৰ্ষত সুৰা বিক্ৰীৰে গুৱাহাটীয়ে গঢ়িলে অভিলেখ।৩১ ডিচেম্বৰত বিক্ৰী হ’ল ৪ কোটি ৮০ লাখ টকাৰ সুৰা। ১ জানুৱাৰীত বিক্ৰী হ’ল ৩ কোটি ২১ লাখ টকাৰ সুৰা।এই তথ্য সদৰি কৰিছে আবকাৰী বিভাগে। যদিও সুৰা বিক্ৰীৰ ধনেৰে চৰকাৰৰ ৰাজহ ভঁৰাল টনকিয়াল হৈছে,একেসময়তে মহানগৰখনৰ বাতাৱৰণক লৈয়ো প্ৰশ্ন উদয় হৈছে৷

মৰিগাঁৱত প্ৰতিবাদ জনালে জিলাখনৰ কেবাটাও তিৱা সংগঠনে

মৰিগাঁৱত প্ৰতিবাদ জনালে জিলাখনৰ কেবাটাও তিৱা সংগঠনে

ইংৰাজী নৱবৰ্ষৰ দ্বিতীয় দিনাই মৰিগাঁৱত প্ৰতিবাদত বহিল জিলাখনৰ কেবাটাও তিৱা সংগঠন ৷ মৰিগাঁও সদৰ বিহুতলিত অসমৰ বিধানসভা সমষ্টি পুনৰ নিৰ্ধাৰণত মৰিগাঁও জিলাত ২ টা আৰু নগাঁও জিলাত ১ টা বিধানসভা সমষ্টিৰ আসন জনজাতিৰ বাবে সংৰক্ষণ কৰা, তিৱা স্বায়ত্তপৰিষদক ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰাৰ দাবী প্ৰতিবাদকাৰীৰ ৷ ইয়াৰ উপৰিও আন কেইবা দফীয়া

ৰাধা-কৃষ্ণৰ বিবাহক লৈ ভিন্ন মত; কিন্তু এই স্থান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিবাহৰ সাক্ষী, কিন্তু নাজানে বহুতে! ব্ৰহ্মবৈৱৰ্ত পুৰাণত আছে উল্লেখ

ৰাধা-কৃষ্ণৰ বিবাহক লৈ ভিন্ন মত; কিন্তু এই স্থান শ্ৰীকৃষ্ণ আৰু ৰাধাৰ বিবাহৰ সাক্ষী, কিন্তু নাজানে বহুতে! ব্ৰহ্মবৈৱৰ্ত পুৰাণত আছে উল্লেখ

শাস্ত্ৰ মতে শ্ৰীকৃষ্ণৰ জন্ম হৈছিল দ্বাপৰ যুগত ভগৱান বিষ্ণুৰ ৰূপত। সেইবাবেই ভগৱান শ্ৰীকৃষ্ণক বিষ্ণুৰ অৱতাৰ বুলি কোৱা হয়। কৃষ্ণ আৰু ৰাধাৰ প্ৰেম কাহিনীৰ বিষয়ে আমি সকলোৱে জানো। ৰাধা আৰু কৃষ্ণৰ প্ৰেম ইমানেই অবিচ্ছেদ্য হৈ আহিছে যে আজিও মানুহে প্ৰেমৰ সন্দৰ্ভত ৰাধা-কৃষ্ণৰ কাহিনী বৰ্ণনা কৰে। সেইবাবেই কৃষ্ণ আৰু ৰাধাৰ নাম একেলগে

বাস্তৱ-সময়ত উদ্ভিদে কেনেকৈ ‘উশাহ’ লয়? চাওক এক অবিশ্বাস্য ভিডিঅ’

বাস্তৱ-সময়ত উদ্ভিদে কেনেকৈ ‘উশাহ’ লয়? চাওক এক অবিশ্বাস্য ভিডিঅ’

এটা অবিশ্বাস্য ভিডিঅ’! য’ত দেখা গৈছে গছ-গছনিবোৰে বাস্তৱ সময়ত “শ্বাস-প্ৰশ্বাস” লোৱা। আৰ্থস্কাইৰ মতে, ইউনিভাৰ্চিটি অৱ কেলিফৰ্নিয়া ছান ডিয়েগোৰ জীৱবিজ্ঞানীসকলে তেওঁলোকৰ এটা গৱেষণা প্ৰকল্পৰ সময়ত এই ক্ল’জ আপ ক্লিপটো কেমেৰাত বন্দী কৰিছে। গৱেষকসকলে আৱিষ্কাৰ কৰে যে উদ্ভিদে কেনেকৈ নিজৰ ষ্টোমেটা – প্ৰায় সকলো উদ্ভিদত পোৱা ক্ষুদ্ৰ খোলাবোৰ – ব্যৱহাৰ কৰি কাৰ্বন

এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

এপিএছচি কেলেংকাৰীত জড়িত ৰাজপত্ৰিত বিষয়ালৈ

বহু চৰ্চিত এপিএছচি কেলেংকাৰীত জড়িত থকাৰ অভিযোগত ৰাজপত্ৰিত বিষয়ালৈ ন্যায়িক আয়োগৰ জৰুৰী জাননী। বক্ৰ পথেৰে চাকৰি লোৱাৰ অভিযোগত ডিমা হাচাও সদৰস্থ হাফলংত কৰ্মৰত হৈ থকা কৰ অধীক্ষক গণপতি ৰয়লৈ ৰাজ্য চৰকাৰে গঠন কৰি দিয়া ন্যায়িক আয়োগে জাননী জাৰি কৰে ৷ কৰ অধীক্ষক ৰয়ক অহা ১৫ দিনৰ ভিতৰত জাননীৰ উত্তৰ দিবলৈ নিৰ্দেশ দিয়ে ন্যায়িক