Category: Assamese News

পাঁচটা ঘৰুৱা উপায় : নিমিষতে কমিব দাঁতৰ শিৰশিৰণি

পাঁচটা ঘৰুৱা উপায় : নিমিষতে কমিব দাঁতৰ শিৰশিৰণি

দাঁতত এনামেল নামক এক প্রকাৰৰ উপাদান থাকে যি দাঁতৰ স্বাস্থ্য ৰক্ষাত অত্যন্ত গুৰুত্বপূর্ণ । এই উপাদানটো ক্ষয় গ’লে দাঁতৰ ভিতৰত থকা স্নায়ুবোৰ উন্মুক্ত হৈ যায় । ফলত বিশেষকৈ ঠাণ্ডা খাদ্য আৰু পানীয় এই স্নায়ুবোৰৰ সংস্পর্শত আহিলে শিৰশিৰণি উঠে দাঁতত । ইয়াক বিজ্ঞানৰ ভাষাত টুথ ছেনচিটিভিটি বুলি কোৱা হয় । ১।

ডিঙিত পৰা ক’লা দাগ নিৰ্মূল কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ পঢ়ক

ডিঙিত পৰা ক’লা দাগ নিৰ্মূল কৰাৰ ঘৰুৱা প্ৰতিকাৰৰ বিষয়ে জানিবলৈ পঢ়ক

আমি সকলোৱেই মুখ বা ছালৰ যত্ন লওঁ ঠিকেই , কিন্তু সততে মানুহৰ চকুত পৰা ডিঙিৰ অংশৰ যত্ন কিমানে লয় ? বহুতেই ডিঙিৰ পৰিচৰ্যা নকৰাৰ ফলত ডিঙিৰ কোনো অংশ ক’লা পৰি যোৱা দেখা যায় । যি মানুহৰ সৌন্দৰ্যত বেয়া প্ৰভাৱ পেলায় । দেখিবলৈ কুৎসিত লগা এই ক’লা দাগৰ পৰা পৰিত্ৰাণ পোৱাৰ

আজৱ বিশ্ব:: লৰাৰ অভাৱৰ বাবেই এই ঠাইৰ যুৱতী হৈ থাকে অবিবাহিত

আজৱ বিশ্ব:: লৰাৰ অভাৱৰ বাবেই এই ঠাইৰ যুৱতী হৈ থাকে অবিবাহিত

নইভা ড’ কোৰড’ইৰাে নামৰ এই গাঁওখন ব্রাজিলৰ দক্ষিণ-পূর্বত অৱস্থিত। এই পাহাৰীয়া গাঁওখনত চলে মহিলাৰ আধিপত্য। প্রায় ছশ মহিলা আছে যদিও পুৰুষৰ উপস্থিতি প্রায় নাই বুলিলেও হয়তাে ভুল নহ’ব। গাঁওখনৰ যি কেইগৰাকী মহিলাই বিবাহপাশত আবদ্ধ হৈছে, তেওঁলােকেও গাঁও এৰি গুচি যােৱা নাই। বৰঞ্চ তেওঁলােকেও স্বামীৰ অবিহনেই জীৱন কটাই আছে। সপ্তাহৰ শেষত

স্বামীয়ে আপোনাৰ দুখ-কষ্ট বুজিবলৈ চেষ্টা নকৰে ! ভাঙি নোযোৱাকৈ কৰক এই কাম

স্বামীয়ে আপোনাৰ দুখ-কষ্ট বুজিবলৈ চেষ্টা নকৰে ! ভাঙি নোযোৱাকৈ কৰক এই কাম

বহু মহিলাই অভিযোগ কৰে যে স্বামীয়ে দুখ-কষ্ট বুজি নাপায় । এইটোও সঁচা যে মহিলাসকল কেতিয়াবা অলপ বেছি আৱেগিক হৈ পৰে । সেই সময়ত তেওঁলোকে বিচাৰে যে তেওঁলোকৰ সংগীয়ে সেই দুখটো বুজি পায় । কিন্তু যদি সেয়া নহয়, তেন্তে বেছি বেয়া অনুভৱ কৰাটো স্বাভাৱিক । যদি কেতিয়াবা এই পৰিস্থিতিৰ সৃষ্টি হয়,

লক্ষ্মী ছোৱালীৰ ৫টা গুণ, জানক কি কি ?

লক্ষ্মী ছোৱালীৰ ৫টা গুণ, জানক কি কি ?

এজনী ছোৱালী সকলো সময়তে অসহায়, অসহায় কেতিয়াবা তেওঁৰ পৰিয়ালৰ সৈতে, অসহায় কেতিয়াবা তেওঁৰ স্বামীৰ কাষত, কেতিয়াবা অসহায় তেওঁৰ নিজৰ ইচ্ছাৰ ওচৰত, কেতিয়াবা অসহায় তেওঁৰ সপোন বোৰৰ ওচৰত আৰু কেতিয়াবা অসহায় তেওঁৰ প্ৰেম ভালপোৱাৰ ক্ষেত্ৰত। ছোৱালীৰ আধা জীৱন মানি লওঁতে লওঁতে কাটি যায়, সেয়া দেউতাৰ ঘৰতে হওঁক বা তেওঁৰ স্বামীৰ। ছোৱালী