বিগত কিছুদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত কাৰ্বিলাংপি জলবিদ্যুত প্ৰকল্পত জমাহোৱাত পানী শ্লুইচ গেটেদি এৰি দিয়াৰ ফলত কপিলী নদীৰ লগতে দাঁতিকাষৰীয়া নদী সমূহত অত্যাধিক জলপৃষ্ঠ বৃদ্ধি হৈ বানপানীৰ সৃষ্টি হোৱাত কাৰ্বি আংলং, হোজাইৰ লগতে নগাঁও জিলাৰ বিভিন্ন অঞ্চলত বানে তীব্ৰ ক্ষতি কৰিছে।এই বানে নগাঁও জিলাৰ কামপুৰ আৰু ৰহা ৰাজহচক্ৰত বৃহতভাৱে ক্ষতি
Category: Assamese News
দেশৰ ৰাজহুৱা খণ্ডৰ লাভজনক উদ্যোগ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে আই এইচ ডব্লিউ কাউন্সিলে নতুন দিল্লীস্থিত হায়াত ৰেজেন্সিত আয়োজন কৰা ষষ্ঠতম চি এচ আৰ হেল্থ ইমপেক্ত এৱাৰ্ড ২০২২ লাভ কৰিবলৈ সক্ষম হয়। ইয়াৰোপৰি উদ্যোগ প্ৰতিষ্ঠানটোৱে চি এচ আৰ প্ৰকল্প অইল আৰোগ্যৰ বাবে শ্ৰেষ্ঠ চি এচ আৰ হেল্থ কেম্পেইন ২০২২ শিতানত সোণৰ
দেশৰ স্বহীদক শ্ৰদ্ধাঞ্জলি, অংগদান জল সংৰক্ষণ আৰু পৰিবেশ সজাগতা সৃষ্টিৰ লক্ষ্যৰে চাইকেলেৰে ধুবুৰীৰ পৰা শদিয়া ভ্ৰমণ যুৱকৰ জনৰ দেশৰ স্বাধীনতাৰ ৭৫ বছৰত যি সকল বীৰে দেশৰ ৰক্ষাৰ বাবে প্ৰান আহুতি দিয়া বীৰ স্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই “SALUTE TO THE REAL HERO’S, জল সংৰক্ষণ , পৰিবেশ সজাগতা আৰু অংগদান
গোসাইগাঁও মহকুমাৰ শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপি দলৰ MCLA সজল কুমাৰ সিংহই তেখেতৰ নিজা গাঁঠিৰ ধনেৰে অসম বংগ সীমান্তৰ শিমূলটাপুত কন কন ছাত্ৰ ছাত্ৰী তথা স্থানীয় ৰাইজৰ সুৰুক্ষাৰ বাবে আজি (৩১ ছি) ৰাষ্ট্ৰীয় ঘাইপথ পাৰা পাৰৰ সুবিধাৰ্থে বেৰিকেট বনাই দিয়ে। উক্তবেৰিকেটৰ শুভ উদ্বোধন কৰে ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ MCLA সজল কুমাৰ সিংহ।উক্ত কাৰ্য্যসূচীত
আজি হোজাইত বানপানীৰ উটি অহা এটা মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হয় ।হোজাইৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত যমুনামুখত উদ্ধাৰ হয় এই অচিনাক্ত যুৱকৰ মৃতদেহ। যমুনামুখৰ যমুনাগুড়িত গড়কাপ্টানী পথৰ কাষৰ এখন বেৰত লাগি থকা অৱস্থাত উদ্ধাৰ হয় মৃতদেহটো।বানৰ কোবাল সৌতে উটুৱাই আনে মৃতদেহটো।ঘটনাক কেন্দ্ৰ কৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। বৰ্তমানলৈকে প্ৰায়