Category: Assamese News

১৮ মে’ত তদন্তৰ বাবে মূল প্ৰৱঞ্চক ৰাণা পগাগক অনা হ’ব মাজুলীলৈ

১৮ মে’ত তদন্তৰ বাবে মূল প্ৰৱঞ্চক ৰাণা পগাগক অনা হ’ব মাজুলীলৈ

 অসম আৰক্ষীৰ এছ আই জোনমণি ৰাভাই মাজুলীৰ গড়মূৰ থানা আৰু বালিচাপৰি আৰক্ষী চকীত কৰ্মৰত অৱস্থাত মাজুলীৰ দুগৰাকীকৈ ব্যৱসায়ীৰ লগত তেওঁৰ ভাবী স্বামী ৰাণা পগাগৰ সৈতে অ’ এন জি চিৰ বিষয়া হিচাপে চিনাকি কৰাই কামৰ বিনিময়ত প্ৰৱঞ্চনাৰে লাখ লাখ টকা সৰকোৱাৰ পিছত প্ৰথমে মাজুলীৰ অজিত বৰা আৰু ৰাম অৱতাৰ শৰ্মা নামৰ দুগৰাকী

ডলু চাহ বাগিচাৰ উচ্ছেদ, ক্ষুব্ধ চাহ জনগোষ্ঠী জাতীয় মহাসভা, তিনিচুকীয়াত প্ৰতিবাদ।

ডলু চাহ বাগিচাৰ উচ্ছেদ, ক্ষুব্ধ চাহ জনগোষ্ঠী জাতীয় মহাসভা, তিনিচুকীয়াত প্ৰতিবাদ।

তিনিচুকীয়াৰ থানা চাৰিআলিত অসম চাহ জনগোষ্ঠী জাতীয় মহাসভা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত কাছাৰ জিলাৰ ডলু  চাহ বাগিছাৰ ২৫০০ বিঘা  চাহ তলি মাটিত থকা ৩০ লাখ “চাহ গছ ” ধ্বংস  কৰাৰ প্ৰতিবাদত “বিক্ষোভ  প্ৰদৰ্শন কাৰ্যসূচী” লগতে অসমৰ মূখ্যমন্ত্ৰী ,  চাহ জনগোষ্ঠীয় প্ৰতিনিধিত্ব  কৰা কেন্দ্ৰীয়   চৰকাৰৰ ৰাজ্যিকা  শ্ৰম মন্ত্ৰী ৰামেশ্বৰ তেলী

পিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি

পিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি

পিতৃয়ে দিন হাজিৰা কৰা ঘৰখনলৈ আহিল পোহৰৰ ৰেঙণি।কন্যা সন্তানে লাভ কৰিলে অসম আৰক্ষীৰ চাকৰি।এজনী সংখালঘু যুবতীয়ে ধন্যবাদ জনালে অসমৰ মুখ্যমন্ত্ৰীক।অসম আৰক্ষীত চাকৰি লাভ কৰা যুবতীৰ আনন্দৰ চকুলো সৰুৰে পৰা অসম আৰক্ষীৰ চাকৰীৰ প্ৰতি আকৃষ্ট যুবতীগৰাকী।অৱশেষত চাকৰি পাবলৈ সক্ষম হল অসম আৰক্ষীত।ধুবুৰী জিলাৰ চাপৰ ৰাজহ চক্ৰ অন্তৰ্গত ফলিমাৰী গাৱৰ দিন হাজিৰা

প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান

প্ৰতিকূল বতৰকো নেওচি শুক্ৰবাৰে পুৱাই মহানগৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান । মহানগৰীৰ চচলস্থিত শিল সাঁকো বিলত প্ৰশাসনৰ এস্কেভেটৰৰ সহায়ত চলিল এই উচ্ছেদ অভিযান। শিল সাঁকো বিলত থকা প্ৰায় ৫০ টা পৰিয়ালৰ বাসগৃহৰ লগতে উচ্ছেদিত ঠাইত থকা মন্দিৰ আদিতো পৰিল প্ৰশাসনৰ এস্কেভেটৰৰ হাঁতোৰা । পুৱাই আৰক্ষী অৰ্ধ সামৰিক বাহিনীকে আদি কৰি

গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ  আৰু পাৰিষদৰ শপতগ্ৰহণ

গুৱাহাটী পৌৰ নিগমৰ নৱনিৰ্বাচিত মেয়ৰ, উপ-মেয়ৰ আৰু পাৰিষদৰ শপতগ্ৰহণ

 কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত আজি গুৱাহাটী পৌৰ নিগমৰ পাৰিষদৰ সাধাৰণ নিৰ্বাচনৰ পিছত প্ৰথমখন বৈঠক অনুষ্ঠিত হৈ যায়। পাঞ্জাবাৰীস্থিত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয়  প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত গুৱাহাটী পৌৰ নিগমৰ নৱ-নিৰ্বাচিত পাৰিষদ, মেয়ৰ আৰু উপ-মেয়ৰে শপত গ্ৰহণ কৰে। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লৱ গোপাল ঝাই নৱ-নিৰ্বাচিত মেয়ৰ-উপমেয়ৰ তথা  পাৰিষদে সত্যনিষ্ঠাৰে নিজৰ দায়িত্ব