অসমীয়া ভাষা কোনে জানে? মই ইণ্টাৰনেচনেল মানুহ,অসমীয়া নকও।’- শুকুৰবাৰে ৰাজ্যসভা নিৰ্বাচনকলৈ সূচনা হোৱা বিতৰ্কৰ উত্তৰ দিবলৈ গৈ অসমীয়া ভাষাৰ সন্দৰ্ভত এনেদৰে অপমানসূচন মন্তব্য কৰিলে AIUDFৰ বিধায়ক চিৰাজুদ্দিন আজমলে। উল্লেখ্য যে, ৰাজ্যসভা নিৰ্বাচনক কেন্দ্ৰ কৰি এতিয়া তীব্ৰতৰ হৈছে দুই বিৰোধী দল কংগ্ৰেছ আৰু AIUDFৰ মাজত কথাৰ কটাকটি। দুয়োটা দলেই ইটোৱে সিটোক আক্ৰমণৰ লক্ষ্য
Category: Assamese News
চৰাইদেউ জিলাৰ জিলা দণ্ডাধীশ পল বৰুৱাই যোৱা ৩০ মাৰ্চত জাৰি কৰা এক আদেশ যোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা অসম মীন নীতি, ১৯৫৩ আৰু অসম মীন (সংশোধিত) নীতি ২০০৫ অনুসৰি সমগ্র চৰাইদেউ জিলাতে বলবৎ হোৱাকৈ ১ এপ্ৰিল ২০২২ ৰ পৰা ১৫ জুলাই ২০২২ লৈকে মাছৰ প্ৰজনন ঋতুৰ সময়ত
মৰিগাঁও জিলাৰ সদৌ তিৱা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্য্যালয়ৰ প্ৰাংগনত বুধবাৰে তিৱা ছাত্ৰ সন্থাৰ বহু কেইটা দাবী উত্থাপন কৰি এক ধৰ্মঘট কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ মধ্য অসমৰ তিৱা সকলৰ বিভিন্ন দাবীৰে তিৱা সকলৰ তিৱা ভাষাৰ শিক্ষক নিযুক্তি প্ৰদান,শীঘ্ৰে আঞ্চলিক স্বায়ত্ত্ব পৰিষদ প্ৰদান,তিৱা স্বায়ত্ত্ব পৰিষদক সাংবিধানিক মৰ্যাদা প্ৰদান,ষষ্ঠ অনুসূচি স্বায়ত্ত্ব শাসনৰ প্ৰস্তাৱ
মিছ ইউনিভাৰ্ছ হৰনাজ কৌৰ সান্ধুৱে হিজাব গোচৰটোৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰিছে। তেওঁ কৈছে যে যদি ছোৱালী এজনীয়ে হিজাব পিন্ধে, এয়া তাইৰ পছন্দ। হৰনাজ কৌৰে কৈছিল- যদি কোনোবাই তাইক আধিপত্য বিস্তাৰ কৰিছে, তেন্তে তাই আগবাঢ়ি আহি কথা ক’ব লাগিব। তাই বিচৰা ধৰণে জীয়াই থাকিবলৈ দিয়ক। আমি বিভিন্ন সংস্কৃতিৰ মহিলা আৰু
শ্বাহৰুখ খান সম্প্ৰতি চৰ্চাত আছে। এছ আৰ কে প্লাছৰ লগতে পাঠানৰ টিজাৰৰ বাবে চৰ্চাত থকা শ্বাহৰুখ খান ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ আছে তেওঁ নিজৰ এখন ফটো শ্বেয়াৰ কৰি, য’ত তেওঁক ছিক্স-পেক এবছৰ সৈতে দেখা গৈছিল। এই ফটোখনে ভাল পৰিমাণৰ লাইকৰ লগতে অনুৰাগীসকলৰ পৰা বহুতো মন্তব্য আহিছিল। এতিয়া মালাইকা অৰোৰায়ো (Malaika